• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

দিল্লীত পানীৰ নামত মাফিয়াৰাজ! বিষয় পালেগৈ উচ্চতম ন্যায়ালয়…

Nation NE by Nation NE
June 14, 2024
in ৰাষ্ট্ৰীয়
0 0
দিল্লীত পানীৰ নামত মাফিয়াৰাজ! বিষয় পালেগৈ উচ্চতম ন্যায়ালয়…

খোৱা পানী বিচাৰি হাহাকাৰ জনতাৰ।

Share on FacebookShare on TwitterWhatsApp

ভয়ানক খোৱাপানীৰ সংকটত পৰিছে দিল্লীবাসী। ৫০ লাখ গেলেনতকৈ অধিক পানীৰ নাটনিৰ বাবে পিয়াহত ককবকাইছে দিল্লীবাসীয়ে। দিন পাৰ হোৱাৰ লগে লগে দিল্লীত অভাৱ হৈ পৰিছে খোৱাপানীৰ। পানীৰ বাবেই এতিয়া হস্তক্ষেপ কৰিব লগীয়া হৈছে উচ্চতম ন্যায়ালয়ে।

এই পৰ্যন্ত কোনো সমাধান ওলোৱা নাই দিল্লীত। আম আদমী পাৰ্টীক ইতিমধ্যে নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। যমুনা জল ব’ৰ্ডলৈ গৈ অতিৰিক্ত পানী প্ৰদান কৰিবলৈ আবেদন কৰিবলৈ আদেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে। দিল্লী চৰকাৰৰ মতে ৫০ লাখ লিটাৰ পানী নাটনি হৈ আছে দিল্লীত।

এখন বা দুখন পানীৰ টেংকাৰে একোটাকৈ বস্তি এলেকাত প্ৰদান কৰি আছে খোৱা পানী। পানীৰ বাবেই এতিয়া উচ্চতম ন্যায়ালয়ত চলিছে শুনানি।

আনহাতে কেজৰিৱাল চৰকাৰৰ মতে পানীৰ মাফিয়াৰ বাবেই পানীৰ সংকটত পৰিছে দিল্লীবাসী। এই গম্ভীৰ বিষয়টোক লৈ আৰম্ভ হৈছে ৰাজনীতি। বিজেপিৰ প্ৰদেশ অধ্যক্ষৰ মতে দিল্লীবাসীয়ে বিদায় দিব লাগে কেজৰিৱাল চৰকাৰক।

ইফালে পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া হিমাচল চৰকাৰে বন্ধ কৰি দিছে খোৱাপানী। কোনো কাৰণতে দিল্লীলৈ পানীৰ যোগান নধৰে পানী। হিমাচলৰ কংগ্ৰেছ চৰকাৰৰ মতে দিল্লীক পানী যোগান ধৰাৰ বাবে হিমাচলত নাই অতিৰিক্ত পানী।

উল্লেখ্য যে দিল্লীয়ে খোৱাপানীৰ বাবে নিৰ্ভৰ কৰিবলগীয়া হয় হাৰিয়ানা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ ওপৰত। যমুনা নদীৰ ৪০ শতাংশ পানী যোগান ধৰা হয় দিল্লীত। গতিকে পানীৰ ৰাজনীতিয়ে এতিয়া গৰম কৰি তুলিছে দেশৰ ৰাজধানী দিল্লী।

Tags: #Delhi #WaterCrisis

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 11, 2026
জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি
Top News

জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

March 10, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 10, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025