• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

শোকাৱহ! যাত্ৰীবাহী বাছ আৰু টেংকাৰৰ ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে ১৮ জন লোকে

Nation NE by Nation NE
July 10, 2024
in ৰাষ্ট্ৰীয়
0 0
শোকাৱহ! যাত্ৰীবাহী বাছ আৰু টেংকাৰৰ ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে ১৮ জন লোকে
Share on FacebookShare on TwitterWhatsApp

এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। বাছ আৰু টেংকাৰৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাত ১৮ জন লোক নিহত হয়। আনহাতে, দুৰ্ঘটনাত ১৯ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা।

উত্তৰ প্ৰদেশৰ উন্নাও জিলাত বুধবাৰে পুৱা আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত বিহাৰৰ পৰা দিল্লী অভিমুখে যোৱা এখন স্লিপাৰ বাছে গাখীৰৰ টেংকাৰত খুন্দা মৰাৰ ফলত প্ৰায় ১৮ জন লোক নিহত হয় আৰু ১৯ জন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উন্নাও জিলাৰ বেহতা মুজাৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত জোজিকোট গাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, বিহাৰৰ পৰা দিল্লীলৈ যোৱা এখন ডবল ডেকাৰ বাছে এখন গাখীৰৰ টেংকাৰক খুন্দা মৰাৰ ফলত পুৱা প্ৰায় ৫ বাজি ১৫ মিনিটত দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি চিএইচচি বাংগাৰমাউত ভৰ্তি কৰে। ইফালে, মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে, এই সমগ্ৰ ঘটনাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি আহতসকলৰ চিকিৎসাৰ বাবে তাৎক্ষণিক ব্যৱস্থা ল’বলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিয়ে।

Tags: #AccidentUttar Pradesh

Related Posts

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…
Top News

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

শীৰ্ষ সংবাদ

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025