• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ধাৰাসাৰ বৰষুণ; ৭ টি শিশুৰ সৈতে ঘটিল কৰুণ ঘটনা

Nation NE by Nation NE
August 11, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
ধাৰাসাৰ বৰষুণ; ৭ টি শিশুৰ সৈতে ঘটিল কৰুণ ঘটনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিগত কিছু দিনৰ পৰা ৰাজস্থানত হৈ থকা ধাৰাসাৰ বৰষুণে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত ভৰতপুৰৰ বায়ানা মহকুমাৰ ফাৰ্চো গাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। অঞ্চলটোৰ এটা পুখুৰীৰ এখন দেৱাল ভাঙি পৰাত পুখুৰীৰ পানীৰ বানে উটুৱাই লৈ যায় আঠটি শিশু।

সেই শিশুসকলৰ ভিতৰত ৭টা শিশুৰ পানীত ডুব যোৱাৰ ফলত মৃত্যু হয়। দুৰ্ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়।

জয়পুৰকে ধৰি ৮খন জিলাত মুষলধাৰ বৰষুণৰ বাবে জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এইবোৰৰ উপৰি ৰাজ্যৰ ১৪খন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ পূৰ্বাভাস অনুসৰি কৰৌলী জিলাত পুৱাৰে পৰা বৰষুণ আৰম্ভ হৈছে।

ইফালে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত আজি পুনৰ এক বৃহৎ পথ দুৰ্ঘটনা সংঘটিত হয়। আজমেৰৰ কিশনগড়ৰ পৰা দিল্লীলৈ যোৱা এখন ব্যক্তিগত বাছ বাগৰি পৰে। বাছখনৰ ষ্টিয়াৰিং বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে।

বাছখনত প্ৰায় ৭০ৰ পৰা ৮০জন যাত্ৰী আছিল। দুৰ্ঘটনাটোত আহত হোৱা ১৪ জন যাত্ৰীক দৌছা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আন একাংশ যাত্ৰীও সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়।

কোলৱা থানা এলেকাৰ ১৭৪ নং স্তম্ভৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

Tags: DrownedHeavy RainfallJaipurRajasthan

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ শান্তি চুক্তিত ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025