• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ধাৰাসাৰ বৰষুণ; ৭ টি শিশুৰ সৈতে ঘটিল কৰুণ ঘটনা

Nation NE by Nation NE
August 11, 2024
in ৰাষ্ট্ৰীয়, Top News
0 0
ধাৰাসাৰ বৰষুণ; ৭ টি শিশুৰ সৈতে ঘটিল কৰুণ ঘটনা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিগত কিছু দিনৰ পৰা ৰাজস্থানত হৈ থকা ধাৰাসাৰ বৰষুণে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত ভৰতপুৰৰ বায়ানা মহকুমাৰ ফাৰ্চো গাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। অঞ্চলটোৰ এটা পুখুৰীৰ এখন দেৱাল ভাঙি পৰাত পুখুৰীৰ পানীৰ বানে উটুৱাই লৈ যায় আঠটি শিশু।

সেই শিশুসকলৰ ভিতৰত ৭টা শিশুৰ পানীত ডুব যোৱাৰ ফলত মৃত্যু হয়। দুৰ্ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়।

জয়পুৰকে ধৰি ৮খন জিলাত মুষলধাৰ বৰষুণৰ বাবে জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এইবোৰৰ উপৰি ৰাজ্যৰ ১৪খন জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিৰ পূৰ্বাভাস অনুসৰি কৰৌলী জিলাত পুৱাৰে পৰা বৰষুণ আৰম্ভ হৈছে।

ইফালে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত আজি পুনৰ এক বৃহৎ পথ দুৰ্ঘটনা সংঘটিত হয়। আজমেৰৰ কিশনগড়ৰ পৰা দিল্লীলৈ যোৱা এখন ব্যক্তিগত বাছ বাগৰি পৰে। বাছখনৰ ষ্টিয়াৰিং বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কোৱা হৈছে।

বাছখনত প্ৰায় ৭০ৰ পৰা ৮০জন যাত্ৰী আছিল। দুৰ্ঘটনাটোত আহত হোৱা ১৪ জন যাত্ৰীক দৌছা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আন একাংশ যাত্ৰীও সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয়।

কোলৱা থানা এলেকাৰ ১৭৪ নং স্তম্ভৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

Tags: DrownedHeavy RainfallJaipurRajasthan

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025