• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

প্ৰৱৰ্তন সঞ্চালকালয়ৰ ৫ ঘণ্টীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ আপ বিধায়ক

Nation NE by Nation NE
September 2, 2024
in ৰাষ্ট্ৰীয়, BIG BREAKING, Top News
0 0
প্ৰৱৰ্তন সঞ্চালকালয়ৰ ৫ ঘণ্টীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ আপ বিধায়ক
Share on FacebookShare on TwitterWhatsApp

আম আদমী পাৰ্টী চমুকৈ আপৰ নেতাৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)। এইবাৰ সংস্থাটোৰ ৰোষত পৰিছে দলটোৰ ওখলাৰ বিধায়ক অমনাতুল্লাহ খান। প্ৰায় ৫ ঘণ্টা ধৰি চলোৱা জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ হয় অমনাতুল্লাহ খান।

বিধায়কগৰাকীক জেৰা চলাবলৈ আজি ৰাতিপুৱা ৭ বজাত ইডিৰ এটা দল উপস্থিত হৈছিল নেতাগৰাকীৰ বাসগৃহত। কিন্তু বিধায়কগৰাকীয়ে প্ৰায় দুঘণ্টা সময় ঘৰৰ দুৱাৰ খুলি নিদিয়াত বাহিৰতে অপেক্ষা কৰিবলগীয়া হৈছিল ইডিৰ দলটো।

তালাচী আৰু জেৰা চলাবলৈ যোৱা ইডিৰ দলটোৰ সৈতে বাকবিতণ্ডাত লিপ্ত হোৱা বুলিও বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বিধায়কগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইডিয়ে জেৰা চলোৱাৰ কথা ৰাজহুৱা কৰিছে।

দিল্লী ৱাকফ বোৰ্ডৰ অধ্যক্ষ হিচাপে চৰকাৰী নীতি- নিৰ্দেশনাক ভেঙুচালি কৰি বিভিন্ন অনিয়মেৰে বিভিন্নজনক চাকৰি দিয়াৰ উভিযোগ আছে বিধায়ক খানৰ বিৰুদ্ধে। অৱশ্যে এই অভিযোগ নস্যাৎ কৰিছে বিধায়ক অমনাতুল্লাহ খানে।

অমনাতুল্লাহে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে মোক আৰু আপৰ নেতাসকলক হাৰাশাস্তি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। সততাৰে ৰাইজৰ সেৱা কৰাটো অপৰাধ নেকি?

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল জেলত, সত্যেন্দৰ জৈনো আছে জেলত আৰু এতিয়া তেওঁলোকৰ লক্ষ্য আমাৰ দলক নিঃশেষ কৰা, সেয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিছে।

‘আমি ভাঙি নপৰো। আমি সেও নামানো আৰু ভয়ো নকৰো। আমি জেললৈ যাবলৈ সাজু। আমি আশা কৰো আদালতৰ পৰা ন্যায় পাম’, এইদৰে কয় বিধায়কগৰাকীয়ে।

বিধায়ক হোৱাৰ উপৰি অমনাতুল্লাহ দিল্লী ৱাকফ ব’ৰ্ডৰ অধ্যক্ষও আছিল। অমনাতুল্লাহৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত এনে ৩২টা নিযুক্তি দিয়া হৈছিল, যাৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰা হৈছিল যে তেওঁ চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি এই নিযুক্তিসমূহ প্ৰদান কৰিছিল। লগতে অমনাতুল্লাহৰ বিৰুদ্ধে ব’ৰ্ডৰ বহু সম্পত্তি অবৈধভাৱে ভাড়াত দিয়া বুলিও অভিযোগ আছে।

Tags: #AAPAmanatullah KhanEDEnforcement DirectorateMLAWaqf Board

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025