• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

প্ৰৱৰ্তন সঞ্চালকালয়ৰ ৫ ঘণ্টীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ আপ বিধায়ক

Nation NE by Nation NE
September 2, 2024
in ৰাষ্ট্ৰীয়, BIG BREAKING, Top News
0 0
প্ৰৱৰ্তন সঞ্চালকালয়ৰ ৫ ঘণ্টীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ আপ বিধায়ক
Share on FacebookShare on TwitterWhatsApp

আম আদমী পাৰ্টী চমুকৈ আপৰ নেতাৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)। এইবাৰ সংস্থাটোৰ ৰোষত পৰিছে দলটোৰ ওখলাৰ বিধায়ক অমনাতুল্লাহ খান। প্ৰায় ৫ ঘণ্টা ধৰি চলোৱা জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ হয় অমনাতুল্লাহ খান।

বিধায়কগৰাকীক জেৰা চলাবলৈ আজি ৰাতিপুৱা ৭ বজাত ইডিৰ এটা দল উপস্থিত হৈছিল নেতাগৰাকীৰ বাসগৃহত। কিন্তু বিধায়কগৰাকীয়ে প্ৰায় দুঘণ্টা সময় ঘৰৰ দুৱাৰ খুলি নিদিয়াত বাহিৰতে অপেক্ষা কৰিবলগীয়া হৈছিল ইডিৰ দলটো।

তালাচী আৰু জেৰা চলাবলৈ যোৱা ইডিৰ দলটোৰ সৈতে বাকবিতণ্ডাত লিপ্ত হোৱা বুলিও বিধায়কগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। বিধায়কগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইডিয়ে জেৰা চলোৱাৰ কথা ৰাজহুৱা কৰিছে।

দিল্লী ৱাকফ বোৰ্ডৰ অধ্যক্ষ হিচাপে চৰকাৰী নীতি- নিৰ্দেশনাক ভেঙুচালি কৰি বিভিন্ন অনিয়মেৰে বিভিন্নজনক চাকৰি দিয়াৰ উভিযোগ আছে বিধায়ক খানৰ বিৰুদ্ধে। অৱশ্যে এই অভিযোগ নস্যাৎ কৰিছে বিধায়ক অমনাতুল্লাহ খানে।

অমনাতুল্লাহে এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে মোক আৰু আপৰ নেতাসকলক হাৰাশাস্তি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। সততাৰে ৰাইজৰ সেৱা কৰাটো অপৰাধ নেকি?

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল জেলত, সত্যেন্দৰ জৈনো আছে জেলত আৰু এতিয়া তেওঁলোকৰ লক্ষ্য আমাৰ দলক নিঃশেষ কৰা, সেয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ আহিছে।

‘আমি ভাঙি নপৰো। আমি সেও নামানো আৰু ভয়ো নকৰো। আমি জেললৈ যাবলৈ সাজু। আমি আশা কৰো আদালতৰ পৰা ন্যায় পাম’, এইদৰে কয় বিধায়কগৰাকীয়ে।

বিধায়ক হোৱাৰ উপৰি অমনাতুল্লাহ দিল্লী ৱাকফ ব’ৰ্ডৰ অধ্যক্ষও আছিল। অমনাতুল্লাহৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত এনে ৩২টা নিযুক্তি দিয়া হৈছিল, যাৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰা হৈছিল যে তেওঁ চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি এই নিযুক্তিসমূহ প্ৰদান কৰিছিল। লগতে অমনাতুল্লাহৰ বিৰুদ্ধে ব’ৰ্ডৰ বহু সম্পত্তি অবৈধভাৱে ভাড়াত দিয়া বুলিও অভিযোগ আছে।

Tags: #AAPAmanatullah KhanEDEnforcement DirectorateMLAWaqf Board

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025