• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

বহু মাদ্ৰাছাত পঢ়িছে হাজাৰ হাজাৰ হিন্দু শিক্ষাৰ্থী

NCPCRৰ এক তথ্য লগাইছে দেশত তোলপাৰ

Nation NE by Nation NE
June 15, 2024
in ৰাষ্ট্ৰীয়
0 0
বহু মাদ্ৰাছাত পঢ়িছে হাজাৰ হাজাৰ হিন্দু শিক্ষাৰ্থী

প্ৰতিনিধিত্বমূলক ছবি

Share on FacebookShare on TwitterWhatsApp

NCPCR এক তথ্যই দেশত লগাইছে তোলপাৰ। হাজাৰোধিক মাদ্ৰাছাত শিক্ষাগ্ৰহণ কৰিছে হাজাৰ হাজাৰ হিন্দু শিক্ষাৰ্থীয়ে। এই তথ্য প্ৰকাশ কৰিছে NCPCRৰ অধ্যক্ষ প্ৰিয়ংক কানুনগ’ই। চৰকাৰ অতি শীঘ্ৰেই মাদ্ৰাছাকেইখনৰ পৰা হিন্দু শিক্ষাৰ্থীক উলিয়াই আনি আন সাধাৰণ স্কুলত নামভৰ্তি কৰাই দিব লাগে আবেদন কৰিছে অধ্যক্ষগৰাকীয়ে। এই তথ্য ৰাজহুৱা কৰাৰ লগে লগে হাহাকাৰ লাগিছে মধ্যপ্ৰদেশত।

মধ্যপ্ৰদেশৰ ১,৭৫৫খন পঞ্জীভুক্ত মাদ্ৰাছাত অধ্যয়ন কৰিছে প্ৰায় ৯,৪১৭গৰাকী হিন্দু শিক্ষাৰ্থীয়ে। এই তথ্য লাভ কৰাৰ পিছতে অসন্তুষ্ট হৈ পৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সংৰক্ষণ আয়োগৰ অধ্যক্ষই। মধ্যপ্ৰদেশ চৰকাৰক আবেদন জনাইছে হিন্দু শিক্ষাৰ্থীসকলক উলিয়াই আনিব লাগে মাদ্ৰাছাৰ পৰা।

মাদ্ৰাছাত কেৱল মুছলমান শিক্ষাৰ্থীক ইছলামিক শিক্ষা দিব লাগে, কিন্তু হিন্দু শিক্ষাৰ্থীক এই আওতাৰ পৰা বাহিৰত ৰাখিব লাগে। অধ্যক্ষগৰাকীৰ মতে মাদ্ৰাছাত শিক্ষকতা কৰা শিক্ষকসকলৰ নাই কোনো বি এড ডিগ্ৰী। আনহাতে অপঞ্জীকৃত মাদ্ৰাছাত পঢ়াই থকা মুছলমান শিক্ষাৰ্থীকো সাধাৰণ স্কুলত নাম ভৰ্তি কৰাই দিব লাগে আবেদন কৰিছে NCPCRৰ অধ্যক্ষগৰাকীয়ে।

Tags: #madrasa #muslim #madhyapradesh

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

বিবাহৰ দিনটোত হাতে-লোটে ধৰা পৰিছিল পলাশ মুছল, স্মৃতিৰ বন্ধুৱে উদঙালে গোপন তথ্য

January 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 23, 2026
গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
Top News

গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

January 22, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025