• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

শিহৰণকাৰী দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল জুপুৰিত, থিতাতেই প্ৰাণ হেৰুৱালে চাৰিজনে

Nation NE by Nation NE
July 20, 2024
in ৰাষ্ট্ৰীয়
0 0
শিহৰণকাৰী দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল জুপুৰিত, থিতাতেই প্ৰাণ হেৰুৱালে চাৰিজনে
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে নিশা অযোধ্যা ঘাইপথৰ বিবিডি থানা এলেকাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মালভৰ্তি এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা এটা জুপুৰি মোহাৰি লৈ যায়। ফলত জুপুৰিটোত শুই থকা স্বামী-স্ত্ৰীকে ধৰি তেওঁলোকৰ দুই সন্তানৰ থিতাতে মৃত্যু হয়।

জানিব পৰা অনুসৰি, আঠ মাহৰ গৰ্ভৱতী আছিল মৃত মহিলাগৰাকী। ইফালে এই শিহৰণকাৰী দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দম্পতীহালৰ সাত বছৰীয়া কন্যাৰ।

বাৰাবাংকিৰ জয়তপুৰ নিবাসী উমেশ (৩৫) এজন টাইলছ মিস্ত্ৰী আছিল। পত্নী নীলম (৩২), দুই পুত্ৰ ক্ৰমে গোলু (৪)আৰু ছানী (১৩) আৰু কন্যা বৈষ্ণৱীৰ সৈতে অযোধ্যা ঘাইপথৰ কাষৰ এটা জুপুৰীত বাস কৰিছিল।

যোৱা নিশা গোটেই পৰিয়ালটো জুপুৰিটোত শুই থকাৰ সময়তে নিশা প্ৰায় ১ বজাত এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই জুপুৰিটোত প্ৰৱেশ কৰে। উমেশ, নীলম, গোলু আৰু ছানীৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত কেৱল বৈষ্ণৱীৰ প্ৰাণ ৰক্ষা পৰে।

তথ্য লাভ কৰি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ডাম্পাৰ চালকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

ঘটানা সন্দৰ্ভত পৰিয়ালটোৰ এগৰাকী আত্মীয়ই আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছে।

Tags: #AccidentAyodhya Highway

Related Posts

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…
Top News

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025