• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

শিহৰণকাৰী দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল জুপুৰিত, থিতাতেই প্ৰাণ হেৰুৱালে চাৰিজনে

Nation NE by Nation NE
July 20, 2024
in ৰাষ্ট্ৰীয়
0 0
শিহৰণকাৰী দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰ সোমাল জুপুৰিত, থিতাতেই প্ৰাণ হেৰুৱালে চাৰিজনে
Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে নিশা অযোধ্যা ঘাইপথৰ বিবিডি থানা এলেকাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মালভৰ্তি এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা এটা জুপুৰি মোহাৰি লৈ যায়। ফলত জুপুৰিটোত শুই থকা স্বামী-স্ত্ৰীকে ধৰি তেওঁলোকৰ দুই সন্তানৰ থিতাতে মৃত্যু হয়।

জানিব পৰা অনুসৰি, আঠ মাহৰ গৰ্ভৱতী আছিল মৃত মহিলাগৰাকী। ইফালে এই শিহৰণকাৰী দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দম্পতীহালৰ সাত বছৰীয়া কন্যাৰ।

বাৰাবাংকিৰ জয়তপুৰ নিবাসী উমেশ (৩৫) এজন টাইলছ মিস্ত্ৰী আছিল। পত্নী নীলম (৩২), দুই পুত্ৰ ক্ৰমে গোলু (৪)আৰু ছানী (১৩) আৰু কন্যা বৈষ্ণৱীৰ সৈতে অযোধ্যা ঘাইপথৰ কাষৰ এটা জুপুৰীত বাস কৰিছিল।

যোৱা নিশা গোটেই পৰিয়ালটো জুপুৰিটোত শুই থকাৰ সময়তে নিশা প্ৰায় ১ বজাত এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই জুপুৰিটোত প্ৰৱেশ কৰে। উমেশ, নীলম, গোলু আৰু ছানীৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত কেৱল বৈষ্ণৱীৰ প্ৰাণ ৰক্ষা পৰে।

তথ্য লাভ কৰি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ইতিমধ্যে ডাম্পাৰ চালকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

ঘটানা সন্দৰ্ভত পৰিয়ালটোৰ এগৰাকী আত্মীয়ই আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছে।

Tags: #AccidentAyodhya Highway

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025