• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
21 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

অগ্নিবীৰৰ পৰা কিমান পৃথক চীনা সৈন্যৰ প্ৰশিক্ষণ? কি কয় ৰাহুল গান্ধীয়ে?

Nation NE by Nation NE
July 5, 2024
in ৰাষ্ট্ৰীয়
0 0
অগ্নিবীৰৰ পৰা কিমান পৃথক চীনা সৈন্যৰ প্ৰশিক্ষণ? কি কয় ৰাহুল গান্ধীয়ে?

ৰাহুল গান্ধীৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে চীনা সৈন্যসকলে প্ৰশিক্ষণৰ বাবে লাভ কৰে ৫ বছৰৰ সময়। একে সময়তে, ভাৰতীয় অগ্নিবীৰসকলে প্ৰশিক্ষণৰ বাবে লাভ কৰে মাত্ৰ ৬ মাহৰ সময়। যাৰ বাবে আজিও ভাৰতীয় অগ্নিবীৰসকল চীনা সৈন্যৰ তুলনাত পিছপৰি ৰৈছে বহুখিনি ক্ষেত্ৰত।

জানো আঁহক চীনা সেনাৰ নিযুক্তিৰ আৰু প্ৰশিক্ষণৰ বাবে থকা নিয়মবোৰ-

প্ৰকৃততে, চুবুৰীয়া দেশখনৰ প্ৰতিজন যুৱক-যুৱতীৰ বাবে সামৰিক সেৱা বাধ্যতামূলক। সামৰিক সেৱাৰ অধীনত ২ বছৰৰ বাবে যোগদান কৰিবলগীয়া হয় সেনাত। প্ৰথমে তেওঁলোকক দিয়া হয় তিনি মাহৰ প্ৰশিক্ষণ। কিন্তু পাছলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হয় ৬ মাহলৈ। তাৰ পাছত তেঁওলোক নিজ নিজ ৰেজিমেণ্টলৈ যোৱাৰ পাছত পৃথকে প্ৰশিক্ষণ দিয়া হয়।

২ নিযুততকৈও অধিক সৈনিকৰ সৈতে, চীনৰ পিপল্ছ লিবাৰেচন আৰ্মী (পিএলএ) হৈছে বিশ্বৰ সৰ্ববৃহত সেনা। দৰাচলতে, চীনা সেনাত নিযুক্তি প্ৰক্ৰিয়া চীনৰ সামৰিক সেৱা আইনৰ অধীনত আহে। ইয়াত দেশৰ অধিকসংখ্যক যুৱক-যুৱতীয়ে দেশৰ সেৱাৰ নামত সেনাবাহিনীত যোগদান কৰিবলৈ অনুপ্ৰাণিত হয়। ইয়াৰ আগতে, চীনা সৈন্যত নিযুক্তি প্ৰাপ্ত সৈনিকসকলক দিয়া হৈছিল তিনিমাহৰ প্ৰশিক্ষণ। পাছলৈ চীনে নিজৰ সামৰ্থ্য বৃদ্ধিৰ বাবে নতুন নিযুক্তিৰ প্ৰশিক্ষণৰ সময় তিনিমাহৰ পৰা ছয়মাহলৈ বৃদ্ধি কৰিছে। যদি কোনো সৈনিক নিয়োগ কৰা হয়, তেঁওক ছয় মাহৰ পেছাদাৰী প্ৰশিক্ষণ দিয়া হয়।

চীনা বিষয়াসকলৰ মতে, নতুন নিযুক্তিৰ বাবে প্ৰশিক্ষণ হৈছে অতি কঠোৰ। সম্পূৰ্ণ প্ৰশিক্ষণ দিয়াৰ পাছতহে নতুন লোকসকলক অন্তৰ্ভুক্ত কৰা হয় সেনাবাহিনীত। সৈনিকসকলৰ প্ৰয়োজনীয়তা অনুসৰি তেঁওলোকৰ বাবে ৰখা হয় পৃথক প্ৰশিক্ষণ প্ৰণালী।

২০১৩ চনৰ পৰা, গ্ৰীষ্ম আৰু বসন্তকালত চীনা সেনাত আৰম্ভ হয় নামভৰ্তি। আগতে, তেঁওলোকৰ নামভৰ্তি শীতকালত। এই পৰিবৰ্তনৰ পাছতেই নতুন নিযুক্তিপ্ৰাপ্তসকলে পিএলএ-ত যোগদানৰ বাবে পাই সুযোগ।

দৰাচলতে, চীনৰ সামৰিক সেৱা আইন অনুসৰি, সামৰিক প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাথমিক আৰু মধ্য বিদ্যালয়ৰ পৰাই আৰম্ভ হয়। সশস্ত্ৰ বাহিনীয়ে সাংস্কৃতিক কাৰ্যসূচী আৰু প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰদান কৰে প্ৰশিক্ষণ।

ইয়াৰ উপৰি সামৰিক শিক্ষাৰ বাবে পিএলএ-ৰ দ্বাৰা বহুতো প্ৰতিষ্ঠান হয় পৰিচালিত। ইয়াৰ ভিতৰত আছে সামৰিক বিজ্ঞান একাডেমী, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিযুক্তি বিশ্ববিদ্যালয়।

Tags: AgniveerRahul Gandhi

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026
তিৰুপতি মন্দিৰৰ প্ৰসাদ বিতৰ্কক লৈ চিবিআইৰ চাৰ্জশ্বীটত নতুন তথ্য উন্মোচন, পুনৰ বৃদ্ধি ৰাজনৈতিক উষ্ণতা

January 30, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025