• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

বাইক আৰোহীক বচাবলৈ গৈ খাৱৈত বাগৰিল পৰ্যটকেৰে ভৰা বাছ; ৪ জনৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
May 20, 2025
in ৰাষ্ট্ৰীয়
0 0
বাইক আৰোহীক বচাবলৈ গৈ খাৱৈত বাগৰিল পৰ্যটকেৰে ভৰা বাছ; ৪ জনৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানাৰ কাইথালৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। যাত্ৰীৰে ভৰা এখন বাছ দুৰ্ঘটনাত পতিত হোৱাত থিতাতে ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয়। যাত্ৰীবাহী বাছখন হিছাৰৰ পৰা চণ্ডীগড়লৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত দুৰ্ঘটনাস্থলীত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা অনুসৰি, সোমবাৰে নিশা প্ৰায় ৮ বজাত হিছাৰ-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কলায়তৰ চিমলা গাঁৱৰ সমীপত পৰ্যটকেৰে ভৰা বাছখন দ’ খাৱৈত বাগৰি পৰে।

বাইক আৰোহীক বচাবলৈ গৈ এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত চাৰিজন লোকৰ প্ৰাণ যোৱাৰ লগতে আন ১৭-১৮ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। এই পৰ্যন্ত মৃত লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰক্ষী, উদ্ধাৰকাৰী দল আৰু স্থানীয় লোকসকলে গাড়ীৰ আইনা ভাঙি আহত যাত্ৰীসকলক উদ্ধাৰ কৰি সমীপৰ কেইবাখনো হাস্পতালত ভৰ্তি কৰোৱা হয়। হাইড্ৰা মেচিনৰ সহায়ত বাছখন খাৱৈৰ পৰা উদ্ধাৰ কৰা হয়।

এই দুৰ্ঘটনাটোক লৈ অঞ্চলটোত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।

Tags: National HighwayRoad AccidentTourists Bus

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

October 22, 2025
শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…

October 21, 2025
উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি

October 20, 2025
বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

October 19, 2025
স্বাধীনতা দিৱসৰ দিনাই ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে ৬ জনৰ মৃত্যু
Top News

তীব্ৰ বেগী বাহনৰ খুন্দাত এটা পৰিয়ালৰে তিনিজন সদস্যৰ মৃত্যু

October 19, 2025
নাছিকত ভয়ংকৰ দুৰ্ঘটনা, ৰে’লৰ পৰা বাগৰি পৰে ঘৰলৈ আহি থকা তিনিজন যুৱক, নিহত ২ জন

শীৰ্ষ সংবাদ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025