• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
22 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ট্ৰুকলাৰৰ শীৰ্ষ পদত ভাৰতীয়; জনপ্ৰিয় কন্ঠশিল্পীৰ স্বামী তেওঁ

Nation NE by Nation NE
July 10, 2024
in ৰাষ্ট্ৰীয়
0 0
ট্ৰুকলাৰৰ শীৰ্ষ পদত ভাৰতীয়; জনপ্ৰিয় কন্ঠশিল্পীৰ স্বামী তেওঁ
Share on FacebookShare on TwitterWhatsApp

বলীউদৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী হৈছে শ্ৰেয়া ঘোষাল। কেইবাটাও ভাষাত কন্ঠদান কৰিছে শ্ৰেয়া ঘোষালে। বহুকেইটা ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেয়া ঘোষালে। বৰ্তমান স্বামী, পুত্ৰ সন্তানৰ সৈতে বাস কৰে শ্ৰেয়া ঘোষালে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰত শ্ৰেয়া ঘোষালৰ স্বামীৰ আছে এক সুকীয়া নাম।

শ্ৰেযা ঘোষালৰ স্বামীৰ নাম হৈছে শিলাদিত্য মুখোপাধ্যায়। ব্যৱসায়ীক ক্ষেত্ৰত বিশ্বত নাম আছে তেওঁৰ। শিলাদিত্য মুখোপাধ্যায় কলাৰ আইডি আৰু স্পাম-ব্লকিং এপ ট্ৰুকলাৰৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত। ২০২২ চনৰ এপ্ৰিলৰ পৰাই শিলাদিত্য মুখোপাধ্যায়ই ট্ৰুকলাৰৰ গ্লোবেল হেড হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।

ট্ৰুকলাৰৰ মুখ্য কাৰ্যালয় ষ্টকহোমত অৱস্থিত। ২০০৯ চনত প্ৰতিষ্ঠা হোৱা ট্ৰুকলাৰে জানুৱাৰী-ডিচেম্বৰ ২০২৩ বিত্তীয় বৰ্ষৰ বাবে ১,৭৪০.৪ নিযুত (প্ৰায় ১৪০৬ কোটি টকা) ৰাজহ সংগ্ৰহ কৰিছিল। মাহিলী ৩৭৪ নিযুতৰো অধিক সক্ৰিয় ব্যৱহাৰকাৰী আছে ট্ৰুকলাৰৰ।

উল্লেখ্য যে, ট্ৰুকলাৰৰ পূৰ্বে  শিলাদিত্য মুখোপাধ্যায়ে কেলিফৰ্ণিয়াস্থিত ক্লেভাৰটেপ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ পদত অধিষ্ঠিত আছিল। তেওঁ মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিকছত স্নাতক ডিগ্ৰী সম্পন্ন কৰিছে।

স্মৰ্তব্য যে, শ্ৰেয়া ঘোষাল আৰু শিলাদিত্য মুখোপাধ্যায় শৈশৱৰ বন্ধু আছিল। বন্ধুৰ পৰা প্ৰেমিকালৈ ৰূপান্তৰিত হোৱা শ্ৰেয়া ঘোষাল আৰু শিলাদিত্য মুখোপাধ্যায়ে ৯ বছৰ সম্পৰ্কত আছিল। ২০১৫ চনত বিবাহ-পাশত আৱদ্ধ হৈছিল শ্ৰেয়া-শিলাদিত্য।

Tags: Shiladitya MukhopadhyayaShreya GhoshalTruecaller

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026
আপুনিও চ’ত মাহৰ নৱৰাত্ৰিত দেৱী দুৰ্গাৰ শক্তিৰ ৰহস্য জানিব বিচাৰে নেকি? পঢ়ক এই ৫ পৌৰাণিক গ্ৰন্থ

March 22, 2026
মগজুত পেলায় নেতিবাচক প্ৰভাৱ! এইসমূহ খাদ্য ত্যাগ নকৰিলে আপুনিও সন্মুখীন হ’ব নানা সমস্যাৰ
Top News

মগজুত পেলায় নেতিবাচক প্ৰভাৱ! এইসমূহ খাদ্য ত্যাগ নকৰিলে আপুনিও সন্মুখীন হ’ব নানা সমস্যাৰ

March 22, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 22, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 22, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025