• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

ভাৰতৰ জেমছ বণ্ডক পুনৰ গধুৰ দায়িত্ব অৰ্পণ…

Nation NE by Nation NE
June 14, 2024
in ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ জেমছ বণ্ডক পুনৰ গধুৰ দায়িত্ব অৰ্পণ…

অজিত দোভালৰ ফাইল ছবি।

Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ জেমছ বণ্ডৰ কথা মনত আছেনে? নাম অজিত দোভাল। অজিত দোভালক পুনৰ ভাৰতৰ সুৰক্ষাৰ দায়িত্ব দিছে মোদী চৰকাৰে। অতি বুদ্ধিদীপ্ত অজিত দোভালে ফাদিল কৰিছিল সন্ত্ৰাসবাদীৰ ভাৰত আক্ৰমণৰ ব্লুপ্ৰিণ্ট।

অজিত দোভালৰ বিষয়ে জানো আহক

সন্ত্ৰাসবাদীৰ কুকৌশল মুহূৰ্ততে ধৰা পেলোৱা আৰু বুদ্ধিদীপ্তৰাৰে সকলো খবৰ লাভ কৰা আজি দোভালক ভাৰতৰ জেমছ বণ্ড ৰূপে জনা যায়। ১৯৮৮ জনত অজিত দোভালক প্ৰদান কৰা হৈছিল কীৰ্তি চক্ৰ। ভাৰতৰ আৰক্ষী সেৱাত কম বয়সতে পদক লাভ কৰা ব্যক্তিজনেই হৈছে অজিত দোভাল।

১৯৪৫ চনৰ ২০ জানুৱাৰীত উত্তৰাখণ্ডৰ পোৰি গৰৱালত জন্ম হৈছিল অজিত দোভালৰ। ১৯৭২চনত ইণ্টেলিজেন্স ব্যুৰত যোগদান কৰিছিল দোভালে। চোৰাংচোৱা বিভাগত বেছিভাগ সময় দি দেশৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছিল এইগৰাকী ব্যক্তিয়ে।

১৯৬৮চনত IPS বিষয়া হিচাপে যোগদান কৰি আৰক্ষী বিভাগত সেৱা আগবঢ়াইছিল। ২০১৪ চনত ইৰাকৰ তিৰ্কিৰ এখন হাস্পতালত ৪৬গৰাকী ভাৰতীয় নাৰ্ছক বন্দী কৰি ৰাখিছিল সন্ত্ৰাসবাদীয়ে। সেই বৰ্ষৰে ২৫ জুনত অজিত দোভাল উপস্থিত হৈছিল ইৰাকত। বন্দী হৈ থকা সকলো নাৰ্ছক ৫ জুলাইত মুকলি কৰি আনিবলৈ সক্ষম হৈছিল অজিত দোভালে।

২০১৪ৰ ৩১ মে’ত ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা হিচাপে অজিত দোভালক নিযুক্তি দিয়ে মোদী চৰকাৰে। ৩৭০, ছাৰ্জিকেল ষ্ট্ৰাইক, ডোকলামৰ ঘটনা, কূটনৈতিক সিদ্ধান্তকে ধৰি দেশৰ বহু গুৰুত্বপূৰ্ণ ঘটনা প্ৰবাহত প্ৰত্যক্ষভাৱে জৰিত দিছিল ভাৰতৰ এই জেমছ বণ্ড খ্যাত ব্যক্তিগৰাকী।

Tags: #AjitDoval

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

বিবাহৰ দিনটোত হাতে-লোটে ধৰা পৰিছিল পলাশ মুছল, স্মৃতিৰ বন্ধুৱে উদঙালে গোপন তথ্য

January 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 23, 2026
গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
Top News

গোৱাত ২ ৰাছিয়ান মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

January 22, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025