• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
26 °c
Guwahati
26 ° Sat
26 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

কাঠফুলাৰ দৰে গঢ়ি উঠা ৰিহেব চেন্টাৰ সন্দৰ্ভত চৰকাৰৰ SOP; নিয়ম পালন নকৰিলে বাতিল হ’ব অনুজ্ঞাপত্ৰ

ৰিহেব চেন্টাৰ সন্দৰ্ভত চৰকাৰৰ SOP

Nation NE by Nation NE
July 23, 2024
in অসম, Top News
0 0
কাঠফুলাৰ দৰে গঢ়ি উঠা ৰিহেব চেন্টাৰ সন্দৰ্ভত চৰকাৰৰ SOP; নিয়ম পালন নকৰিলে বাতিল হ’ব অনুজ্ঞাপত্ৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা ৰিহেব চেন্টাৰকৈ লৈ সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। নীতি-নিয়মক অংগুষ্ঠ কৰি ৰাজ্যত পৰিচালনা হৈ থকা ৰিহেব চেন্টাৰক নাকী লগাবলৈ পীযুষ হাজৰিকাই ১ আগষ্টৰ পৰা SOP জাৰি কৰিছে। প্ৰতিখন ৰিহেব চেন্টাৰে পালন কৰিব লাগিব এই নিয়ম। নিয়ম ভংগ কৰা ৰিহেব চেন্টাৰৰ বাতিল হ’ব অনুজ্ঞাপত্ৰ। চৰকাৰী-বেচৰকাৰী ৰিহেব চেন্টাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।

ৰাজ্যৰ সামাজিক ন্যায় সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জনতা ভৱনত নিচা মুক্তি কেন্দ্ৰ সংস্থা আৰু স্বত্বাধিকাৰী লগত অসম ৰিহেব চেন্টাৰৰ SOP সন্দৰ্ভত আলোচনা কৰে।

এই SOP ত কেইবাটাও নিয়ম ধাৰ্য কৰা হৈছে। ধাৰ্য কৰা নিয়মসমূহ হৈছে-

১. প্রতিটো ৰিহেব চেন্টাৰত এজনকৈ থাকিব লাগিব Project coordinator

২. Project coordinator জনৰ শিক্ষাগত অৰ্হতা হ’ব লাগিব স্নাতক ডিগ্ৰীধাৰী

৩. ৰিহেব চেন্টাৰত থাকিব লাগিব Office Assistant

৪. Office Assistant ৰ শিক্ষাগত অৰ্হতা হ’ব লাগিব স্নাতক

৫. ২৫ জন ৰোগীৰ পৰিৱৰ্তে এজনকৈ থাকিব লাগিব ৰান্ধনী, এজন সহায়ক

৬. ২৫জন ৰোগীৰ বাবে থাকিব লাগিব দুগৰাকী নাৰ্ছ, দুজন ৱাৰ্ড বয়

৭. চিকিৎসক ২৪ ঘন্টাই ON CALL ত থাকিব লাগিব

৮. সপ্তাহত দুজন চিকিৎসক ৰিহেব চেন্টাৰত আহিব লাগিব

৯. পুৰুষ-মহিলাৰ ৱাৰ্ড পৃষক হ’ব লাগিব

১০. তিনিবছৰত ৰিহেব চেন্টাৰ হ’ব লাগিব ৰিনিউ

১১. HIV, ড্ৰাগচ আসক্ত ৰোগী আহিলে ART চেন্টাৰত চিকিৎসা কৰিব লাগিব

ইফালে, ৰিহেব চেন্টাৰ সন্দৰ্ভত পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে, ৰিহেব চেন্টাৰ জেইল নহয়। ৰাজ্যত বৰ্তমান ড্ৰাগছ আসক্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। এনেকুৱা ৰোগীৰ ক্ষেত্ৰত কঠোৰ হ’ব লাগিব কৰ্তৃপক্ষ।

আনহাতে, নতুনকৈ কোনো লোকে যদি ৰিহেব চেন্টাৰ মুকলি কৰে তেতিয়াহ’লে জিলা আয়ুক্তৰ পৰা অনুমতি ল’ব লাগিব। প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ত পৰ্যালোচনা কৰিব তাৰ পিছত ৰাজ্যিক পৰ্যায়ত পৰ্যালোচনা কৰা হ’ব। ৰাজ্যিক কমিটিয়ে ল’ব সিদ্ধান্ত। ইফালে, ৰিহেব চেন্টাৰত কোনো লোকৰ মৃত্যু হ’লে কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ।

Tags: #AssamHimanta Biswa SarmaJanata bhawanminister piyuj hazarikaRehab centre

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025