• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

কাঠফুলাৰ দৰে গঢ়ি উঠা ৰিহেব চেন্টাৰ সন্দৰ্ভত চৰকাৰৰ SOP; নিয়ম পালন নকৰিলে বাতিল হ’ব অনুজ্ঞাপত্ৰ

ৰিহেব চেন্টাৰ সন্দৰ্ভত চৰকাৰৰ SOP

Nation NE by Nation NE
July 23, 2024
in অসম, Top News
0 0
কাঠফুলাৰ দৰে গঢ়ি উঠা ৰিহেব চেন্টাৰ সন্দৰ্ভত চৰকাৰৰ SOP; নিয়ম পালন নকৰিলে বাতিল হ’ব অনুজ্ঞাপত্ৰ
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা ৰিহেব চেন্টাৰকৈ লৈ সৰব হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। নীতি-নিয়মক অংগুষ্ঠ কৰি ৰাজ্যত পৰিচালনা হৈ থকা ৰিহেব চেন্টাৰক নাকী লগাবলৈ পীযুষ হাজৰিকাই ১ আগষ্টৰ পৰা SOP জাৰি কৰিছে। প্ৰতিখন ৰিহেব চেন্টাৰে পালন কৰিব লাগিব এই নিয়ম। নিয়ম ভংগ কৰা ৰিহেব চেন্টাৰৰ বাতিল হ’ব অনুজ্ঞাপত্ৰ। চৰকাৰী-বেচৰকাৰী ৰিহেব চেন্টাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।

ৰাজ্যৰ সামাজিক ন্যায় সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জনতা ভৱনত নিচা মুক্তি কেন্দ্ৰ সংস্থা আৰু স্বত্বাধিকাৰী লগত অসম ৰিহেব চেন্টাৰৰ SOP সন্দৰ্ভত আলোচনা কৰে।

এই SOP ত কেইবাটাও নিয়ম ধাৰ্য কৰা হৈছে। ধাৰ্য কৰা নিয়মসমূহ হৈছে-

১. প্রতিটো ৰিহেব চেন্টাৰত এজনকৈ থাকিব লাগিব Project coordinator

২. Project coordinator জনৰ শিক্ষাগত অৰ্হতা হ’ব লাগিব স্নাতক ডিগ্ৰীধাৰী

৩. ৰিহেব চেন্টাৰত থাকিব লাগিব Office Assistant

৪. Office Assistant ৰ শিক্ষাগত অৰ্হতা হ’ব লাগিব স্নাতক

৫. ২৫ জন ৰোগীৰ পৰিৱৰ্তে এজনকৈ থাকিব লাগিব ৰান্ধনী, এজন সহায়ক

৬. ২৫জন ৰোগীৰ বাবে থাকিব লাগিব দুগৰাকী নাৰ্ছ, দুজন ৱাৰ্ড বয়

৭. চিকিৎসক ২৪ ঘন্টাই ON CALL ত থাকিব লাগিব

৮. সপ্তাহত দুজন চিকিৎসক ৰিহেব চেন্টাৰত আহিব লাগিব

৯. পুৰুষ-মহিলাৰ ৱাৰ্ড পৃষক হ’ব লাগিব

১০. তিনিবছৰত ৰিহেব চেন্টাৰ হ’ব লাগিব ৰিনিউ

১১. HIV, ড্ৰাগচ আসক্ত ৰোগী আহিলে ART চেন্টাৰত চিকিৎসা কৰিব লাগিব

ইফালে, ৰিহেব চেন্টাৰ সন্দৰ্ভত পীযুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে, ৰিহেব চেন্টাৰ জেইল নহয়। ৰাজ্যত বৰ্তমান ড্ৰাগছ আসক্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। এনেকুৱা ৰোগীৰ ক্ষেত্ৰত কঠোৰ হ’ব লাগিব কৰ্তৃপক্ষ।

আনহাতে, নতুনকৈ কোনো লোকে যদি ৰিহেব চেন্টাৰ মুকলি কৰে তেতিয়াহ’লে জিলা আয়ুক্তৰ পৰা অনুমতি ল’ব লাগিব। প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ত পৰ্যালোচনা কৰিব তাৰ পিছত ৰাজ্যিক পৰ্যায়ত পৰ্যালোচনা কৰা হ’ব। ৰাজ্যিক কমিটিয়ে ল’ব সিদ্ধান্ত। ইফালে, ৰিহেব চেন্টাৰত কোনো লোকৰ মৃত্যু হ’লে কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ।

Tags: #AssamHimanta Biswa SarmaJanata bhawanminister piyuj hazarikaRehab centre

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025