• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

বৃদ্ধা মাতৃক ৰাখিবলৈ ঠাই নাই দুই পুত্ৰৰ! আশ্ৰয় বিচাৰি আৰক্ষীৰ কাষত মাতৃ

Nation NE by Nation NE
July 19, 2024
in অসম, Top News
0 0
বৃদ্ধা মাতৃক ৰাখিবলৈ ঠাই নাই দুই পুত্ৰৰ! আশ্ৰয় বিচাৰি আৰক্ষীৰ কাষত মাতৃ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দুজনকৈ সফল পুত্ৰ থকাৰ পিছতো জীৱনৰ শেষ সময়ছোৱাত আশ্ৰয় বিচাৰি হাহাকাৰ কৰি ফুৰিছে এগৰাকী বৃদ্ধা মাতৃয়ে। আনকি, পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছে বৃদ্ধাগৰাকীয়ে।

শিৱসাগৰ ফুকন নগৰ মেটেকাঘাটত সংঘটিত হৈছে এই ঘটনা। পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি আৰক্ষীৰ কাষ চপা আইতাগৰাকী হৈছে ৮৫ বছৰীয়া গুণলতা বৰা।

জানিব পৰা মতে, প্ৰথমাৱস্থাত মাজু পুত্ৰৰ সৈতে বাস কৰিছিল গুণলতা বৰাই। মহাবিদ্যালয় এখনত কেৰাণীৰ চাকৰি কৰা মাজু পুত্ৰই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে মাতৃক। তাৰ পিছত সৰু পুত্ৰৰ সৈতে থাকিবলৈ লয় গুণলতা বৰাই।

অৱশ্যে সৰু পুত্ৰৰ পত্নীয়ে মাতৃক ৰাখিবলৈ অস্বীকাৰ কৰে। যাৰবাবে জীৱনৰ অন্তিম সময়খিনি বৃদ্ধাশ্ৰমত কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বৃদ্ধাগৰাকীয়ে। স্থানীয়লোকে বৃদ্ধাশ্ৰমলৈ বুলি খোজ লোৱা বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি পুনৰ ঘৰত থোৱাৰ ব্যৱস্থা কৰে।

ইফালে, গুণলতা বৰাৰ তিনি বিবাহিত জীয়ৰীয়ে মাতৃৰ কাষত উপস্থিত হৈ মাতৃক লগত লৈ শিৱসাগৰ আৰক্ষীৰ কাষ চাপে। আৰক্ষী থানাত অভিযোগ দাখিল কৰি মাতৃৰ নিৰাপত্তাৰ বাবে এটা সু-ব্যৱস্থা কৰিব দিবলৈ আৰক্ষীক অনুৰোধ জনাই তিনি বিবাহিত জীয়ৰীয়ে।

লগতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো বিষয়টো গুৰুত্ব সহকাৰে চাবলৈ অনুৰোধ জনাই মাতৃয়ে।

Tags: Elderly MotherOustedSivasagar Police

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025