• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, June 4, 2025
26 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    অন্ধবিশ্বাসৰ বলি হৈ ৰাজ্যত এক নাভুত-নাশ্ৰুত ঘটনা! জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    নৱ গঠিত তিতাবৰ আৰু যোৰহাট সমষ্টিত আৱতৰীয়া দিপাৱালী; কিন্তু কিয়? জানক সবিশেষ

    ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ ১৩ গৰাকী প্ৰাৰ্থী; চূড়ান্ত সিদ্ধান্ত ল’ব কেন্দ্ৰীয় সমিতিয়ে

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ৰাজনীতি

      ধুবুৰীৰ পৰা যাও দিয়া মই….বটলৰ জৰা পানীৰ যাদু নচলিল…

      Nation NE by Nation NE
      June 14, 2024
      in ৰাজনীতি
      0 0
      ধুবুৰীৰ পৰা যাও দিয়া মই….বটলৰ জৰা পানীৰ যাদু নচলিল…
      Share on FacebookShare on TwitterWhatsApp

      এইবাৰ ধুবুৰীৰ ৰাইজে সসন্মানেৰে বিদায় দিলে আজমলক। আজমলক প্ৰত্যুত্তৰ দিবলৈ যেন বহু বছৰ অপেক্ষা কৰি আছিল ধুবুৰীবাসীয়ে। ধনে ধানে শক্তিশালী আজমলক ঐতিহাসিক ধুবুৰীৰ পৰা বিদায় দিবলৈ এইবাৰ পণ বান্ধি লৈছিল জনতাই। গাঁৱে-চৰে ক্ষোভৰ অগনি জ্বলিছিল আজমলৰ বিৰুদ্ধে।

      চামগুৰিৰ পৰা ধুবুৰীলৈ গৈ ধুবুৰীক জনতাৰ উন্নয়নৰ বাবে দায়িত্ব লোৱা ৰকিবুল হুছেইন নামি পৰিছিল আজমলৰ বিৰুদ্ধে। পাৰ হৈ যোৱা বছৰবোৰত ধুবুৰীৰ বাবে একোৱেই নকৰিলে আজমলে। নেশ্যন এন ইয়ে চৰজমিন সমীক্ষা চলাই ধুবুৰীৰ জনতাৰ ক্ষোভৰ কথা জানিব পাৰিছিল। আজমল যে এইবাৰ কোনো কাৰণেতেই নাহে তাৰ বাবে বদ্ধ পৰিকৰ হৈ পৰিছিল ধুবুৰীৰ জনতা। ধুবুৰীৰ ভৌগলিক জ্ঞান আৰু ভাষিক বিবৰ্ণতাৰ মাজতো ৰকিবুল হুছেইনে গালে সফলতাৰ জয়গান। ধুবুৰীৰ জনতাৰ বাবে এইবাৰ ৰকিবুল হুছেইনে কি কৰে সেয়া লক্ষণীয় হ’ব।

      চৰ অঞ্চলৰ উন্নয়নৰ নামত অনুষ্ঠিত কৰা সভাত কেৱল জাৰি দিয়া পানী দি ৰাইজক প্ৰলোভন দিয়া আজমলৰ যাদু নচলিল। চৰ অঞ্চলৰ লগতে গাঁৱৰ জনতাক অন্ধবিশ্বাসৰ দিশে লৈ যোৱা আজমলৰ কৌশল হয়তো বুজি উঠিছিল ধুবুৰীৰ জনতাই। সেয়ে এই নিৰ্বাচনত আজমলক উচিত প্ৰত্যুত্তৰ দি ৰকিবুলক ধুবুৰীৰ দায়িত্ব দিলে জনতাই। এতিয়াৰে পৰা কংগ্ৰেছ মিত্ৰজোঁটৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত থাকিব ধুবুৰী।

      Related Posts

      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ
      Top News

      June 1, 2025
      বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই
      Top News

      বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

      May 29, 2025
      BJP-ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; ৪৪ নহয় এইবাৰ ১৫ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ
      Top News

      বিজেপিৰ কঠোৰ পদক্ষেপ; দুজন বিধায়কক ৬ বছৰৰ বাবে বহিষ্কাৰ

      May 27, 2025
      পাঁচটা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা
      Top News

      পাঁচটা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা

      May 25, 2025
      কেজৰিৱাল নেতৃত্বাধীন আপত মোক্ষম আঘাত; একেলগে ১৫ পাৰিষদৰ দল ত্যাগ
      Top News

      কেজৰিৱাল নেতৃত্বাধীন আপত মোক্ষম আঘাত; একেলগে ১৫ পাৰিষদৰ দল ত্যাগ

      May 18, 2025
      বিপদত ছোনিয়া-ৰাহুল; নেশ্যনেল হেৰাল্ডৰ গোচৰত EDৰ চাৰ্জশ্বীটত দুয়োজনৰ নাম

      April 15, 2025

      শীৰ্ষ সংবাদ

      বাংগালুৰৰ পদপিষ্ট ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া; জানক কি ক’লে…

      ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

      গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

      অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু

      ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist