• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাজনীতি

ধুবুৰীৰ পৰা যাও দিয়া মই….বটলৰ জৰা পানীৰ যাদু নচলিল…

Nation NE by Nation NE
June 14, 2024
in ৰাজনীতি
0 0
ধুবুৰীৰ পৰা যাও দিয়া মই….বটলৰ জৰা পানীৰ যাদু নচলিল…
Share on FacebookShare on TwitterWhatsApp

এইবাৰ ধুবুৰীৰ ৰাইজে সসন্মানেৰে বিদায় দিলে আজমলক। আজমলক প্ৰত্যুত্তৰ দিবলৈ যেন বহু বছৰ অপেক্ষা কৰি আছিল ধুবুৰীবাসীয়ে। ধনে ধানে শক্তিশালী আজমলক ঐতিহাসিক ধুবুৰীৰ পৰা বিদায় দিবলৈ এইবাৰ পণ বান্ধি লৈছিল জনতাই। গাঁৱে-চৰে ক্ষোভৰ অগনি জ্বলিছিল আজমলৰ বিৰুদ্ধে।

চামগুৰিৰ পৰা ধুবুৰীলৈ গৈ ধুবুৰীক জনতাৰ উন্নয়নৰ বাবে দায়িত্ব লোৱা ৰকিবুল হুছেইন নামি পৰিছিল আজমলৰ বিৰুদ্ধে। পাৰ হৈ যোৱা বছৰবোৰত ধুবুৰীৰ বাবে একোৱেই নকৰিলে আজমলে। নেশ্যন এন ইয়ে চৰজমিন সমীক্ষা চলাই ধুবুৰীৰ জনতাৰ ক্ষোভৰ কথা জানিব পাৰিছিল। আজমল যে এইবাৰ কোনো কাৰণেতেই নাহে তাৰ বাবে বদ্ধ পৰিকৰ হৈ পৰিছিল ধুবুৰীৰ জনতা। ধুবুৰীৰ ভৌগলিক জ্ঞান আৰু ভাষিক বিবৰ্ণতাৰ মাজতো ৰকিবুল হুছেইনে গালে সফলতাৰ জয়গান। ধুবুৰীৰ জনতাৰ বাবে এইবাৰ ৰকিবুল হুছেইনে কি কৰে সেয়া লক্ষণীয় হ’ব।

চৰ অঞ্চলৰ উন্নয়নৰ নামত অনুষ্ঠিত কৰা সভাত কেৱল জাৰি দিয়া পানী দি ৰাইজক প্ৰলোভন দিয়া আজমলৰ যাদু নচলিল। চৰ অঞ্চলৰ লগতে গাঁৱৰ জনতাক অন্ধবিশ্বাসৰ দিশে লৈ যোৱা আজমলৰ কৌশল হয়তো বুজি উঠিছিল ধুবুৰীৰ জনতাই। সেয়ে এই নিৰ্বাচনত আজমলক উচিত প্ৰত্যুত্তৰ দি ৰকিবুলক ধুবুৰীৰ দায়িত্ব দিলে জনতাই। এতিয়াৰে পৰা কংগ্ৰেছ মিত্ৰজোঁটৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত থাকিব ধুবুৰী।

Related Posts

মুখ্যমন্ত্ৰীক বাদ দি গুজৰাটৰ আটাইকেইগৰাকী মন্ত্ৰীৰ সমূহীয়া পদত্যাগ
Top News

মুখ্যমন্ত্ৰীক বাদ দি গুজৰাটৰ আটাইকেইগৰাকী মন্ত্ৰীৰ সমূহীয়া পদত্যাগ

October 16, 2025
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য
Top News

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰকাশ পালে বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা; পিছপৰা শ্ৰেণীৰ লোকক প্ৰাধান্য

October 14, 2025
চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…
Top News

চূড়ান্ত হ’ল NDAৰ আসন ভাগ বটোৱাৰা; জানক কোন দলে কিমান আসনত কৰিব প্ৰতিদ্বন্দ্বিতা…

October 12, 2025
আপৰ অন্তিমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ; কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব কেজৰিৱালে… জানক
Top News

কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ স্পষ্ট ঘোষণা অৰবিন্দ কেজৰিৱালৰ

October 5, 2025
গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

September 11, 2025
অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ
Top News

অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

September 3, 2025

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025