• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
18 °c
Guwahati
19 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

হৰমনপ্ৰীত কৌৰৰ চমক; ক্ৰিকেট ইতিহাসত এই কৃতিত্ব গঢ়া প্ৰথমগৰাকী মহিলা অধিনায়ক

মেচখনত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা স্নেহ ৰানাই লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

Nation NE by Nation NE
July 2, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
হৰমনপ্ৰীত কৌৰৰ চমক; ক্ৰিকেট ইতিহাসত এই কৃতিত্ব গঢ়া প্ৰথমগৰাকী মহিলা অধিনায়ক
Share on FacebookShare on TwitterWhatsApp

চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোক ১০ উইকেটত পৰাস্ত কৰে। মেচখনত ভাৰতীয় দলৰ সোঁহতীয়া অফস্পিনাৰ স্নেহ ৰানাই চমকপ্ৰদ বলিং প্ৰদৰ্শনেৰে ১০টা উইকেট লাভ কৰে। স্নেহ ৰানাই লাভ কৰে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।

হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে নিজৰ প্ৰথম ইনিংছত ৬ উইকেটৰ বিনিময়ত ৬০৩ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। প্ৰথম ইনিংছত অপেনাৰ শ্বেফালী বাৰ্মাই ২০৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলে। সোঁহতীয়া আক্ৰমক বেটাৰগৰাকীয়ে মাত্ৰ ১৯৭টা বলতেই এই অভিলেখ গঢ়ে।

আনহাতে আনগৰাকী অপেনাৰ স্মৃতি মান্ধানাইও প্ৰথম ইনিংছত ১৬১টা বলত ১৪৯ ৰানৰ ইনিংছ খেলিছিল। ভাৰতীয় দলৰ বিশাল স্ক’ৰৰ প্ৰত্তুৰত দক্ষিণ আফ্ৰিকা দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ২৬৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ স্নেহ ৰানাই ৭৭ ৰান দি ৮টা উইকেট লাভ কৰে।

ফল’অনৰ সন্মুখীন হোৱা দক্ষিণ আফ্ৰিকাৰ দলটোৱে নিজৰ দ্বিতীয় ইনিংছত ৩৭৩ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক লোৰাই দ্বিতীয় ইনিংছত ১২২ ৰানৰ ইনিংছ খেলে। তেওঁৰ উপৰি সুনে লুছেইও ১০৯ ৰানৰ শতকীয় ইনিংছ খেলি দলটোক কিছু সন্মানজনক স্ক’ৰলৈ লৈ যাবলৈ সক্ষম হয়।

দ্বিতীয় ইনিংছত স্নেহ ৰানাই দুটা উইকেট লাভ কৰিবলৈ সক্ষম হয়। মেচখনত তেওঁ মুঠ ১০টা উইকেট লাভ কৰে।

দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছ সামৰাৰ পিছত মেচখন জয়ী হ’বলৈ ভাৰতীয় দলটোক প্ৰয়োজন হয় মাত্ৰ ৩৭ ৰানৰ। ভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে এই সহজ জয়ৰ লক্ষ্যত উপনীত হয়। এই মেচখন আছিল ভাৰতীয় মহিলা দলৰ একেৰাহে তৃতীয়টো টেষ্ট বিজয়।

ভাৰতে এই তিনিওখন টেষ্ট হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত জয়লাভ কৰিছে। এই কৃতিত্ব গঢ়া হৰমনপ্ৰীত প্ৰথমগৰাকী মহিলা অধিনায়ক। ভাৰতৰ সফল মহিলা টেষ্ট অধিনায়কৰ ক্ষেত্ৰত এতিয়া মিতালী ৰাজক স্পৰ্শ কৰিছে হৰমনপ্ৰীতে। মিতালী ৰাজেও অধিনায়ক হিচাপে তিনিখন টেষ্টত জয়লাভ কৰিছিল।

Tags: #BCCI#cricket#HarmanpreetKaur

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025