• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

হৰমনপ্ৰীত কৌৰৰ চমক; ক্ৰিকেট ইতিহাসত এই কৃতিত্ব গঢ়া প্ৰথমগৰাকী মহিলা অধিনায়ক

মেচখনত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা স্নেহ ৰানাই লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

Nation NE by Nation NE
July 2, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
হৰমনপ্ৰীত কৌৰৰ চমক; ক্ৰিকেট ইতিহাসত এই কৃতিত্ব গঢ়া প্ৰথমগৰাকী মহিলা অধিনায়ক
Share on FacebookShare on TwitterWhatsApp

চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখনত ভাৰতীয় মহিলা দলটোৱে দক্ষিণ আফ্ৰিকাৰ মহিলা দলটোক ১০ উইকেটত পৰাস্ত কৰে। মেচখনত ভাৰতীয় দলৰ সোঁহতীয়া অফস্পিনাৰ স্নেহ ৰানাই চমকপ্ৰদ বলিং প্ৰদৰ্শনেৰে ১০টা উইকেট লাভ কৰে। স্নেহ ৰানাই লাভ কৰে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।

হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৱে নিজৰ প্ৰথম ইনিংছত ৬ উইকেটৰ বিনিময়ত ৬০৩ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। প্ৰথম ইনিংছত অপেনাৰ শ্বেফালী বাৰ্মাই ২০৫ ৰানৰ ঐতিহাসিক ইনিংছ খেলে। সোঁহতীয়া আক্ৰমক বেটাৰগৰাকীয়ে মাত্ৰ ১৯৭টা বলতেই এই অভিলেখ গঢ়ে।

আনহাতে আনগৰাকী অপেনাৰ স্মৃতি মান্ধানাইও প্ৰথম ইনিংছত ১৬১টা বলত ১৪৯ ৰানৰ ইনিংছ খেলিছিল। ভাৰতীয় দলৰ বিশাল স্ক’ৰৰ প্ৰত্তুৰত দক্ষিণ আফ্ৰিকা দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ২৬৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ হৈ স্নেহ ৰানাই ৭৭ ৰান দি ৮টা উইকেট লাভ কৰে।

ফল’অনৰ সন্মুখীন হোৱা দক্ষিণ আফ্ৰিকাৰ দলটোৱে নিজৰ দ্বিতীয় ইনিংছত ৩৭৩ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক লোৰাই দ্বিতীয় ইনিংছত ১২২ ৰানৰ ইনিংছ খেলে। তেওঁৰ উপৰি সুনে লুছেইও ১০৯ ৰানৰ শতকীয় ইনিংছ খেলি দলটোক কিছু সন্মানজনক স্ক’ৰলৈ লৈ যাবলৈ সক্ষম হয়।

দ্বিতীয় ইনিংছত স্নেহ ৰানাই দুটা উইকেট লাভ কৰিবলৈ সক্ষম হয়। মেচখনত তেওঁ মুঠ ১০টা উইকেট লাভ কৰে।

দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছ সামৰাৰ পিছত মেচখন জয়ী হ’বলৈ ভাৰতীয় দলটোক প্ৰয়োজন হয় মাত্ৰ ৩৭ ৰানৰ। ভাৰতে কোনো উইকেট নেহেৰুৱাকৈয়ে এই সহজ জয়ৰ লক্ষ্যত উপনীত হয়। এই মেচখন আছিল ভাৰতীয় মহিলা দলৰ একেৰাহে তৃতীয়টো টেষ্ট বিজয়।

ভাৰতে এই তিনিওখন টেষ্ট হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত জয়লাভ কৰিছে। এই কৃতিত্ব গঢ়া হৰমনপ্ৰীত প্ৰথমগৰাকী মহিলা অধিনায়ক। ভাৰতৰ সফল মহিলা টেষ্ট অধিনায়কৰ ক্ষেত্ৰত এতিয়া মিতালী ৰাজক স্পৰ্শ কৰিছে হৰমনপ্ৰীতে। মিতালী ৰাজেও অধিনায়ক হিচাপে তিনিখন টেষ্টত জয়লাভ কৰিছিল।

Tags: #BCCI#cricket#HarmanpreetKaur

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য
Top News

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

April 24, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025