• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

কিয় বিশ্বকাপ ট্ৰফী স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? জানো আহক ইয়াৰ কাৰণ

Nation NE by Nation NE
July 4, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
কিয় বিশ্বকাপ ট্ৰফী স্পৰ্শ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে? জানো আহক ইয়াৰ কাৰণ
Share on FacebookShare on TwitterWhatsApp

টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে আজি নতুন দিল্লীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে। প্ৰধান মন্ত্ৰীয়ে খেলুৱৈসকলক সাক্ষাত কৰাৰ সেই দৃশ্য তথা ফটো সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

প্ৰধান মন্ত্ৰী আৱাসত সাক্ষাতৰ সময়ত প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰতিগৰাকী খেলুৱৈৰ সৈতে কথা-বতৰা পতাৰ লগতে কিছু হাঁহি ধেমালি কৰাও পৰিলক্ষিত হয়। ইয়াৰ উপৰি প্ৰায় প্ৰতিগৰাকী খেলুৱৈৰ সৈতে ফটোও উঠা দেখা যায় প্ৰধান মন্ত্ৰী মোদীক।

কিন্তু ট্ৰফীৰ সৈতে যেতিয়া গ্ৰুপ ফটোৰ বাবে প’জ দিছিল তেতিয়া প্ৰধানমন্ত্ৰীয়ে স্পৰ্শ কৰা নাছিল ট্ৰফীটো। তেওঁ অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ হাতত ধৰিহে ফটো উঠিছিল। প্ৰধান মন্ত্ৰীয়ে ট্ৰফীটো স্পৰ্শ নকৰাকৈ উঠা ফটোখন এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

প্ৰধান মন্ত্ৰীয়ে কিয় স্পৰ্শ কৰা নাছিল ট্ৰফীটো…..

জানিব পৰা অনুসৰি, কিছু নিৰ্বাচিত লোকেহে খালী হাতেৰে ট্ৰফী স্পৰ্শ কৰাৰ অনুমতি থাকে, য’ত প্ৰতিযোগিতাত জয়ী হোৱা খেলুৱৈ, মেনেজাৰৰ লগতে আন কিছু বিষয়া। ফিফা বিশ্বকাপ ট্ৰফীৰ বাবে এয়াই নিয়ম। সেই কথা লক্ষ্য ৰাখিয়েই প্ৰধান মন্ত্ৰী মোদীয়ে হয়তো টি-২০ বিশ্বকপৰ ট্ৰফীটো খালী হাতেৰে স্পৰ্শ নকৰিলে।

উল্লেখ্য যে, বাৰ্বাডোজৰ পৰা আজি ৰাতিপুৱা দিল্লীত উপস্থিত হোৱাৰ পিছতেই বিশ্বকাপ জয়ী ভাৰতীয় দলটোৱে দুপৰীয়া প্ৰধান মন্ত্ৰী মোদীক সাক্ষাত কৰিছিল। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাত কৰাৰ পিছতেই দলটোৱে ৰাওনা হয় মুম্বাইলৈ।

মুম্বাইত খেলুৱৈসকলে মুকলি বাছেৰে বিজয় পেৰেডত অংশ লোৱাৰ পিছত সন্ধিয়া ৱাংখেড়ে ষ্টেডিয়ামত বি চি চি আইয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’ব।

Tags: #BCCI#NarendraModi#RohitSharma#T20

Related Posts

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025