• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, September 7, 2025
30 °c
Guwahati
30 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    ICC বিশ্বকাপ মহিলা দলত অসমৰ উমা চেত্ৰী

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    অতুল বৰাক দোষাৰোপ কৰি দল ত্যাগ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাৰ

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home ক্ৰীড়া

      ‘প্ৰথমে দেশপ্ৰেমী হোৱা’, টি-২০ বিশ্বকাপ নাচাওঁ বুলি কোৱাক লৈ ৰিয়ান পৰাগক সকিয়নী শ্ৰীশান্তৰ

      Nation NE by Nation NE
      July 3, 2024
      in ক্ৰীড়া, ৰাষ্ট্ৰীয়
      0 0
      ‘প্ৰথমে দেশপ্ৰেমী হোৱা’, টি-২০ বিশ্বকাপ নাচাওঁ বুলি কোৱাক লৈ ৰিয়ান পৰাগক সকিয়নী শ্ৰীশান্তৰ
      Share on FacebookShare on TwitterWhatsApp

      ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ বিজয় উদযাপন শেষ নহওঁতেই অসম সন্তান ৰিয়ান পৰাগ আৰু প্ৰাক্তন ভাৰতীয় বেগী বলাৰ এছ শ্ৰীশান্তৰ মাজত এক নতুন বিতৰ্কৰ সূচনা হৈছে।

      কিছুদিন পূৰ্বে ভাৰতৰ টি-২০ বিশ্বকাপৰ খেল নাচাওঁ বুলি কৈ বিতৰ্কত সোমাই পৰিছিল ৰিয়ান পৰাগ। এতিয়া এই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তে ৰিয়ানক দিছে কঠোৰ সকিয়নী।

      এইবাৰ আই পি এল ২০২৪ত ৰাজস্থান ৰয়েলছৰ হৈ ৫৩১ ৰাণ সংগ্ৰহ কৰিছে ৰিয়ান পৰাগে। দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰা ৰিয়ানক বিশ্বকাপ সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, ‘এইটো এটা পক্ষপাতিত্বমূলক উত্তৰ হ’ব (ভাৰত শীৰ্ষ চাৰিটা দলৰ ভিতৰত থকাৰ ভৱিষ্যতবাণী) যদিও অতি সততাৰে ক’ব বিচাৰোঁ যে মই বিশ্বকাপ চাব নিবিচাৰো। মই কেৱল কোনে বিশ্বকাপ জয়ী হয় সেয়া চাম আৰু তাতেই মই সুখী হ’ম। যেতিয়া মই বিশ্বকাপত খেলিম তেতিয়া ময়ো শীৰ্ষ চাৰিটা স্থান আৰু আন সকলোবোৰ কথাৰ বিষয়ে চিন্তা কৰিম।’

      ইয়াৰ বিপৰীতে টি-২০ বিশ্বকাপ চলি থকাৰ মাজত পৰাগৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়াৰ সময়ত কাৰো নাম উল্লেখ কৰা নাছিল দুবাৰৰ বিশ্বকাপ বিজয়ী খেলুৱৈ শ্ৰীশান্তে৷

      বিশ্বকাপ ২০২৪ৰ ফাইনেলৰ সময়ত ষ্টাৰ স্পৰ্টছত চলি থকা এক অনুষ্ঠানত শ্ৰীশান্তে কয়, ‘দুই-এজন যুৱ খেলুৱৈয়ে এইটোও কৈছে যে তেওঁলোকে বিশ্বকাপৰ খেল নাচায় কাৰণ তেওঁলোকক নিৰ্বাচকে বিশ্বকাপ খেলাৰ বাবে নিৰ্বাচন নকৰিলে। প্ৰথমে আপুনি দেশপ্ৰেমী হোৱা উচিত তাৰ পিছত আপুনি ক্ৰিকেট প্ৰেমী হওঁক। কিন্তু যিসকলে দলটো বাছনি কৰিছে তেওঁলোকক আমি মানসিকভাৱে আৰু আৱেগিকভাৱে সমৰ্থন কৰা উচিত।’

      যুৱ খেলুৱৈসকলে ব্যক্তিগত হতাশাতকৈ ৰাষ্ট্ৰৰ সন্মানক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন বুলিও প্ৰাক্তন বেগী বলাৰজনে মত প্ৰকাশ কৰে। লগতে নিজৰ দলটোক সমৰ্থন কৰিবলৈ আৰু নিৰ্বাচকসকলৰ সিদ্ধান্তক আন্তৰিকতাৰে সন্মান কৰিবলৈ সকলোকে আহ্বান জনায়।

      উল্লেখ্য যে ৰিয়ান পৰাগে ৬ জুলাইৰ পৰা জিম্বাবৱেৰ বিৰুদ্ধে হ’বলগীয়া পাঁচখন মেচৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। উল্লেখ্য যে এই শৃংখলাটোতেই অভিষেক শৰ্মা, তুষাৰ দেশপাণ্ডে আৰু ধ্ৰুৱ জুৰেলৰ সৈতে ৰিয়ান পৰাগে শুভমান গিলৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰথমবাৰৰ বাবে নিজকে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব।

      Tags: #RiyanParag #BCCI #Cricket#SSreesanth

      Related Posts

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি
      Top News

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      September 7, 2025
      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত
      Top News

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      September 6, 2025
      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…
      Top News

      ক’ত আৰু কেতিয়া হ’ব BCCI নিৰ্বাচন? প্ৰকাশ পালে তাৰিখ…

      September 6, 2025
      ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
      Top News

      ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

      September 6, 2025
      গুজৰাটৰ পঞ্চমহলত ভয়ংকৰ দুৰ্ঘটনা; ৰ’পৱে চিঙি ৬ জন লোকৰ মৃত্যু
      Top News

      গুজৰাটৰ পঞ্চমহলত ভয়ংকৰ দুৰ্ঘটনা; ৰ’পৱে চিঙি ৬ জন লোকৰ মৃত্যু

      September 6, 2025
      অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে খেলিবলগীয়া দুখন মেচৰ বাবে ভাৰতীয় দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ
      Top News

      অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে খেলিবলগীয়া দুখন মেচৰ বাবে ভাৰতীয় দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ

      September 6, 2025

      শীৰ্ষ সংবাদ

      মুম্বাইৰ এখন হাস্পতাল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

      দলৰ ভিতৰচ’ৰাত ক্ষোভ-অসন্তুষ্টি; শীঘ্ৰেই পদত্যাগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই

      গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প

      ক্ৰিকেট মেচ চলি থকাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ; এজনৰ মৃত্যু, কেইবাজনো আহত

      আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

      চীনক ৭-০ গ’লত পৰাস্ত কৰি হকী এছিয়া কাপৰ ফাইনেলত ভাৰত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP