• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

বিৰাট কোহলীয়ে দিব চাকৰি, পঞ্জাৱবাসীৰ বাবে ল’লে এই ডাঙৰ পদক্ষেপ

Nation NE by Nation NE
August 11, 2024
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
বিৰাট কোহলীয়ে দিব চাকৰি, পঞ্জাৱবাসীৰ বাবে ল’লে এই ডাঙৰ পদক্ষেপ
Share on FacebookShare on TwitterWhatsApp

শ্ৰীলংকা ভ্ৰমণৰ অন্তত ক্ৰিকেটৰ পৰা কিছু দিনৰ বাবে বিৰতি লৈছে টিম ইণ্ডিয়াই। ১৯ ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী শৃংখলা খেলিব ভাৰতে। এই আজৰি সময়খিনিত সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ বেটাৰ বিৰাট কোহলীয়ে পঞ্জাৱবাসীক দিছে বিশেষ উপহাৰ।

কোহলীয়ে নিজৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় এইবাৰ সম্প্ৰসাৰণ কৰিছে পঞ্জাৱৰ মোহালীত। বিৰাটৰ এই পদক্ষেপৰ পিছতে বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে নতুন নতুন চাকৰিৰ সুযোগ মুকলি হ’ব। ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিৰাটে নিজৰ নতুন আউটলেট One8 Commune সম্পৰ্কে বিতং তথ্য প্ৰদান কৰিছে।

বিৰাট কোহলীয়ে মোহালীত মুকলি হোৱা One8 Commune ৰ নতুন আউটলেটৰ ভিডিঅ’ ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰিছে। পোষ্টটোৰ কেপশ্যনত লিখিছে- মোহালী কোহলিং। তেওঁ পঞ্জাৱৰ জনসাধাৰণক ইয়াৰ বাবে সাজু নেকি বুলিও প্ৰশ্ন কৰিছে।

বিৰাট কোহলীৰ One8 Commune ৰ এইটো দশম আউটলেট। ইয়াৰ পূৰ্বে বিৰাট কোহলীৰ One8 Commune ৰ আউটলেট গুৰগাঁও, পুনে, দিল্লী, কলকাতা, বেংগালুৰু আদি চহৰত আছিল। অৰ্থাৎ ভাৰতৰ প্ৰায় প্ৰতিখন বৃহৎ চহৰতে তেওঁৰ আউটলেট আছে।

জানিব পৰা অনুসৰি, জ্যেষ্ঠ ভাতৃ বিকাশ কোহলীৰ সৈতে বিৰাটে এই ৰেষ্টুৰেণ্টৰ ব্যৱসায় চলাই আছে।

অভিনৱ ৰুচিৰ বাবে পৰিচিত ৮ ৰেষ্টুৰেণ্টৰ শেহতীয়া সংযোজন মোহালী। এই সন্দৰ্ভত বিৰাট কোহলীয়ে কয় যে তেওঁৰ হৃদয়ত মোহলীৰ বাবে এক বিশেষ স্থান আছে। তেওঁ কয় যে তেওঁৰ বাবে one8 Commune কেৱল খোৱা-বোৱাৰ ঠাই নহয় বৰঞ্চ মানুহে ইয়াত নিজৰ অনুভৱ ভাগ-বতৰা কৰাৰ লগতে নতুন বন্ধুত্বও গঢ়িব পাৰে।

মোহালীত বিৰাটৰ নতুন ৰেষ্টুৰেণ্টখন মুকলি হোৱাৰ পিছত স্পষ্ট হৈ পৰিছে যে এই ৰেষ্টুৰেণ্টৰ জৰিয়তে বহু লোক সংস্থাপিত হ’ব।

Tags: MohaliOne8 CommunePunjabVirat Kohli

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 11, 2026
জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি
Top News

জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

March 10, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 10, 2026

শীৰ্ষ সংবাদ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025