Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Language -
অসমীয়া
  • English

Tag: Donald trump

পুটিনৰ সৈতে দীঘলীয়া বাৰ্তালাপ; ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ডাঙৰ মন্তব্য ট্ৰাম্পৰ

পুটিনৰ সৈতে দীঘলীয়া বাৰ্তালাপ; ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ডাঙৰ মন্তব্য ট্ৰাম্পৰ

ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধবিৰতিৰ কৃতিত্বৰ দাবী কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। বিশ্ব মঞ্চত ...

নেতান্যাহু এজন খঙাল মানুহ… যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

নেতান্যাহু এজন খঙাল মানুহ… যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

গাজাত চলি থকা যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক লৈ ডাঙৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফক্স নিউজত দিয়া ...

যুদ্ধবিৰতিক লৈ ডাঙৰ ডাঙৰ দাবী কৰা ট্ৰাম্পৰ পাভলুটি; এইবাৰ ক’লে এনেদৰে…

যুদ্ধবিৰতিক লৈ ডাঙৰ ডাঙৰ দাবী কৰা ট্ৰাম্পৰ পাভলুটি; এইবাৰ ক’লে এনেদৰে…

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিক লৈ কৰা ডাঙৰ দাবী সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে ...

ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

ভাৰতৰ ব্যৱসায়-বাণিজ্যত কোপদৃষ্টি পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। বিশ্বৰ অন্যতম জনপ্ৰিয় তথা ব্ৰেণ্ডেড মোবাইল ফোন আইফোনৰ উৎপাদন ভাৰতত নকৰিবলৈ আহ্বান ...

নতশিৰ আমেৰিকা! শুল্ক সন্দৰ্ভত ট্ৰাম্পে ল’লে ডাঙৰ সিদ্ধান্ত

নতশিৰ আমেৰিকা! শুল্ক সন্দৰ্ভত ট্ৰাম্পে ল’লে ডাঙৰ সিদ্ধান্ত

প্ৰত্যুত্তৰমূলক শুল্কক লৈ বিশ্বৰ অৰ্থনীতিত খলকনিৰ সৃষ্টি কৰা ড’নাল্ড ট্ৰাম্প চৰকাৰে এই সন্দৰ্ভত লৈছে ডাঙৰ পদক্ষেপ। প্ৰায় ৯০ খন দেশৰ ...

ট্ৰাম্পৰ ‘শুল্ক’ নীতিত হাহাকাৰ বিশ্বৰ অৰ্থনীতিত; হোৰাহোৰে ডুবিল বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট

ট্ৰাম্পৰ ‘শুল্ক’ নীতিত হাহাকাৰ বিশ্বৰ অৰ্থনীতিত; হোৰাহোৰে ডুবিল বিভিন্ন দেশৰ শ্বেয়াৰ মাৰ্কেট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আন এটা বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰি বিশ্বৰ ৬০ খন দেশৰ ওফৰত ‘প্ৰত্যুত্তৰমূলক শুল্ক’ আৰোপ কৰি সমগ্ৰ ...

ড’নাল্ড ট্ৰাম্প, মাস্কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

ড’নাল্ড ট্ৰাম্প, মাস্কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

শনিবাৰে আমেৰিকাত দেখা গ’ল সৰ্ববৃহৎ বিক্ষোভ। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দেশ পৰিচালনাৰ ধৰণ আৰু তেওঁ গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে আমেৰিকাৰ হাজাৰ-হাজাৰ ...

নিজৰ পকেটৰ পৰা সুনীতা উইলিয়ামছক ধন দিব ট্ৰাম্পে? অতিৰিক্ত দৰমহা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য

নিজৰ পকেটৰ পৰা সুনীতা উইলিয়ামছক ধন দিব ট্ৰাম্পে? অতিৰিক্ত দৰমহা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য

সুদীৰ্ঘ ৯ মাহৰ মূৰত পৃথিৱীলৈ উভতি আহিছে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰ। মাত্ৰ ৮ দিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ...

ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ট্ৰাম্প-পুটিনৰ মাজত আৰম্ভ আলোচনা

ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ট্ৰাম্প-পুটিনৰ মাজত আৰম্ভ আলোচনা

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত আৰম্ভ হৈছে আলোচনা। হোৱাইট ...

ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব পাকিস্তান, ভূটানসহ ৪১ খন দেশৰ নাগৰিকে!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপত লোৱাৰ পিছৰে পৰা এটাৰ পিছত আন এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি আছে ড’নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ ট্ৰাম্প চৰকাৰে ...

Page 3 of 6 1 2 3 4 6

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist