• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
25 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ড’নাল্ড ট্ৰাম্প, মাস্কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী

Nation NE by Nation NE
April 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ড’নাল্ড ট্ৰাম্প, মাস্কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ-হাজাৰ প্ৰতিবাদকাৰী
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে আমেৰিকাত দেখা গ’ল সৰ্ববৃহৎ বিক্ষোভ। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দেশ পৰিচালনাৰ ধৰণ আৰু তেওঁ গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে আমেৰিকাৰ হাজাৰ-হাজাৰ ক্ষুব্ধ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ চৰকাৰৰ উপদেষ্টা ইলন মাস্কৰ নীতিৰ বিৰুদ্ধে আমেৰিকাৰ ৫০খন ৰাজ্যৰ ১২০০ৰো অধিক স্থানত এই প্ৰতিবাদ সাব্যস্ত হয়।

নাগৰিক অধিকাৰ সংগঠন, শ্ৰমিক সংঘ, এলজিবিটিকিউ+ অধিবক্তা, নিৰ্বাচনী কৰ্মীৰ লগতে বহু গণ্য মান্য ব্যক্তিকে ধৰি ১৫০টাতকৈও অধিক সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

এই প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আছিল আৰু এই কাৰ্যসূচীত অংশ লোৱা কোনো লোককে গ্ৰেপ্তাৰ কৰাৰ কোনো তথ্য এতিয়ালৈকে পোৱা হোৱা নাই।

মিডটাউন মানহাটানৰ পৰা আলাস্কাৰ এংকৰেজ আৰু কেইবাখনো ৰাজ্যৰ ৰাজধানীলৈকে আমেৰিকাৰ চহৰসমূহত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্লেকাৰ্ড লৈ সমাবেশত অংশ লয়।

এই সকলোবোৰ সমাবেশতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ উপদেষ্টা ইলন মাস্কক হাজাৰ-হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা, অৰ্থনীতি, অনুপ্ৰৱেশ আৰু মানৱ অধিকাৰৰ বিষয়ক লৈ তীব্ৰ সমালোচনা কৰা হৈছিল।

প্ৰতিবাদকাৰীসকলে ‘ষ্টপ ডেষ্ট্ৰয়িং আমেৰিকা’, ‘হেণ্ডছ অফ’, অলিগাৰ্কী আৰু অনুপ্ৰৱেশ দমনক নিন্দা কৰা বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Tags: AmericaDonald trumpProtestsUSA

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025