Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Language -
অসমীয়া
  • English

Tag: Gujrat

আহমেদাবাদ দুৰ্ঘটনা; বিমানখনত থকা ২৪২ গৰাকী যাত্ৰীৰে মৃত্যু

চৰাইয়ে খুন্দা মৰা, বিকল ইঞ্জিন, নে আন কোনো কাৰণ…কেনেকৈ হ’ল আহমেদাবাদৰ বিমান দুৰ্ঘটনা?

আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত বহু প্ৰশ্নৰ উত্থাপন হৈছে। মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এই বিমানখন ...

আহমেদাবাদ দুৰ্ঘটনা; বিমানখনত থকা ২৪২ গৰাকী যাত্ৰীৰে মৃত্যু

আহমেদাবাদ দুৰ্ঘটনা; বিমানখনত থকা ২৪২ গৰাকী যাত্ৰীৰে মৃত্যু

গুজৰাটৰ আহমেদাবাত সংঘটিত হোৱা বিমান দুৰ্ঘটনা সন্দৰ্ভত আহিছে ডাঙৰ খবৰ। আজি দুপৰীয়া সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা আটাইকেইগৰাকী ...

নিয়ন্ত্ৰণ হেৰুৱাই চিকিৎসকৰ হোষ্টেলত পৰিল বিমান; গাৰ নোম শিয়ৰি উঠা ফটো

নিয়ন্ত্ৰণ হেৰুৱাই চিকিৎসকৰ হোষ্টেলত পৰিল বিমান; গাৰ নোম শিয়ৰি উঠা ফটো

আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ ঠিক কিছু মিনিটৰ পিছতেই এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই মেঘানী নগৰৰ এটা অট্টালিকাত প্ৰচণ্ড ...

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, বিমানখনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী!

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, বিমানখনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী!

আহমেদাবাদত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। ১২ জুনত উৰণৰ সময়ত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়া-১৭১ ...

ড্ৰাট ষ্টেট গুজৰাটৰ ৰাজপথত হঠাৎ সুৰাৰ নৈ,  ভিডিঅ’টো দেখি হৃদয় ভাঙিলে সুৰাপায়ীৰ

ড্ৰাট ষ্টেট গুজৰাটৰ ৰাজপথত হঠাৎ সুৰাৰ নৈ, ভিডিঅ’টো দেখি হৃদয় ভাঙিলে সুৰাপায়ীৰ

ধৰি লওক আপুনি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে সন্ধিয়াৰ পাৰ্টিৰ পৰিকল্পনা কৰিছে। কিন্তু সেই পাৰ্টিত  মাদক দ্ৰব্যৰ বটলটো খুলিবলৈ ওলোৱাৰ সময়তে হঠাৎ ...

১৪ হাজাৰৰো অধিক ৰান, ৩৭টা শতক… ঘৰুৱা ক্ৰিকেটৰ এইগৰাকী তাৰকাৰ অৱসৰ ঘোষণা

১৪ হাজাৰৰো অধিক ৰান, ৩৭টা শতক… ঘৰুৱা ক্ৰিকেটৰ এইগৰাকী তাৰকাৰ অৱসৰ ঘোষণা

গুজৰাটৰ অনুভৱী অপেনাৰ প্ৰিয়াংক পাঞ্চালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। পাঞ্চালে ক্ৰিকেটৰ প্ৰতিটো ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে বৃহৎ সাফল্য; BSFৰ গুলীত নিহত এজন পাকিস্তানী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পূৰ্বে বৃহৎ সাফল্য; BSFৰ গুলীত নিহত এজন পাকিস্তানী

অপাৰেশ্যন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২৬ আৰু ২৭ মে’ত গৃহ ৰাজ্য গুজৰাটত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ...

গুজৰাটত প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত; এজন পাইলটৰ মৃত্যু

গুজৰাটত প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত; এজন পাইলটৰ মৃত্যু

গুজৰাটৰ আমৰেলীত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান। এই বিমানখন আছিল এটা ব্যক্তিগত কোম্পানীৰ আৰু ইয়াক পাইলটৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। ...

উচ্চতম ন্যায়ালয়ত আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৩ জনীয়া বিচাৰপীঠে ৱাকফ সংশোধনী আইনৰ শুনানি  গোচৰৰ শুনানি গ্ৰহণ

গুজৰাটত কোটি কোটি টকাৰ ৱাকফ সম্পত্তিৰ কেলেংকাৰি, তদন্তৰ সময়ত চাঞ্চল্যকৰ তথ্য প্ৰকাশ

  গুজৰাটৰ আহমেদাবাদত ১০০ কোটি টকাৰ ৱাকফ সম্পত্তি কেলেংকাৰিত ৫ অভিযুক্তক গ্ৰেপ্তাৰ হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জামালপুৰ অঞ্চলৰ কাঞ্চ ...

Page 2 of 3 1 2 3

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist