• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহমেদাবাদ দুৰ্ঘটনা; বিমানখনত থকা ২৪২ গৰাকী যাত্ৰীৰে মৃত্যু

Nation NE by Nation NE
June 12, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
আহমেদাবাদ দুৰ্ঘটনা; বিমানখনত থকা ২৪২ গৰাকী যাত্ৰীৰে মৃত্যু
Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ আহমেদাবাত সংঘটিত হোৱা বিমান দুৰ্ঘটনা সন্দৰ্ভত আহিছে ডাঙৰ খবৰ। আজি দুপৰীয়া সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত বিমানখনত থকা আটাইকেইগৰাকী লোকৰে মৃত্যু হোৱাৰ খবৰ আহিছে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা এয়াই যে দুৰ্ঘটনাটোত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰো মৃত্যু হৈছে।

এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখনত আছিল মুঠ ২৪২ গৰাকী লোক। দুৰ্ঘটনাত পতিত হোৱা বিমানখনত আছিল ১৬৯ গৰাকী ভাৰতীয় যাত্ৰী। ইয়াৰ উপৰি ৫৩ গৰাকী ব্ৰিটিছ, এজন কানাডাৰ আৰু ৭জন পৰ্তুগালৰ যাত্ৰীৰ লগতে দুগৰাকী পাইলট আৰু ১০ গৰাকী কেবিন ক্ৰু মেম্বাৰ আছিল।

শেহতীয়াকৈ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি বিমানখনত আটাইকেইজন যাত্ৰীৰ উপৰি দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলটোৰ একাংশ স্থানীয় লোকৰো মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

ইয়াৰ উপৰি বিমানখনে খুন্দা মৰা চিকিসকৰ হোষ্টেলৰ একাংশ লোকো এই ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বুলি আশংকা কৰা হৈছে।

উল্লেখ্য যে, আজি দুপৰীয়া ১.৩৮ বজাত গুজৰাটৰ আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ ঠিক কিছু সময়ৰ পিছতেই এযাৰ ইণ্ডিয়াৰ বিমানখন দুৰ্ঘটনাত পতিত হৈছিল।

Tags: AhmedabadAir IndiaGujratPlane Crash

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025