পেইনকিলাৰৰ পৰা মাল্টিভিটামিনলৈ… চৰকাৰে নিষিদ্ধ কৰিছে ১৫৬ বিধ ঔষধ, জানো আহক কি এই ঔষধ
কেন্দ্ৰীয় চৰকাৰে Fixed-Dose Combination (এফডিচি) ঔষধ নিষিদ্ধ কৰিছে। নিষিদ্ধ কৰা ঔষধবোৰৰ ভিতৰত আছে মাল্টিভিটামিন আৰু পেইনকিলাৰ। কেন্দ্ৰই পেৰাচিটামল, ট্ৰামাডল, টাউৰিন ...












