• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কিচমিচ পানীৰ উপকাৰিতাৰ বিষয়ে জানো আহক

Nation NE by Nation NE
August 4, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কিচমিচ পানীৰ উপকাৰিতাৰ বিষয়ে জানো আহক
Share on FacebookShare on TwitterWhatsApp

কিচমিচ হৈছে এবিধ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী ফল। ইয়াক বিভিন্ন ধৰণৰ খাদ্যত ব্যৱহাৰ কৰা হয় যিয়ে খাদ্য অধিক সোৱাদযুক্ত কৰি তোলে। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে।

কিচমিচ মিহলোৱা পানীৰো একেধৰণেই আছে বহু উপকাৰি। এই পানী প্ৰস্তুত কৰিবলৈ দুকাপ পানী উতলাই লৈ তাত একাপ কিচমিচ দি ৮ ঘণ্টামান ৰাখিব লাগে। তাৰ পাছত সেই পানী চেকি খাব লাগে। এই পানীয়ে আমাৰ শৰীৰক যথেষ্ট পুষ্টি প্ৰদান কৰে।

জানো আহক ইয়াৰ অন্য উপকাৰিতাসমূহৰ বিষয়ে-

  • কিচমিচ পানীত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থাকে, যিয়ে শৰীৰৰ কোষক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে।
  • কিচমিচ আইৰণৰ এক উৎকৃষ্ট উৎস। যিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰাৰ লগতে ৰক্তকণিকা গঠনত সহায় কৰে।ৰক্তহীনতাত ভোগাসকলৰ বাবে ই যথেষ্ট উপকাৰী।
  • কিচমিচ মিহলোৱা পানীয়ে ৰক্ত সঞ্চালন উন্নত কৰে। ইয়াৰ ফলত চুলিৰ গুৰিবোৰ মজবুত হয় আৰু চুলি সৰা কম হয়।
  • ই ফেৰুলিক এচিড, ৰুটিন, কুৱেৰচেটিন, ট্ৰেন্স-কেফটাৰিক এচিড আদি যৌগৰে সমৃদ্ধ। যিয়ে কেন্সাৰ, টাইপ ২ ডায়বেটিছ আৰু এলজেইমাৰৰ পৰা শৰীৰক ৰক্ষা কৰে।
  • ইয়াত থকা প্ৰাকৃতিক চেনীয়ে শৰীৰত তৎক্ষণাত শক্তি প্ৰদান কৰে।
  • কিচমিচ পানীত থকা এণ্টি অক্সিডেণ্ট আৰু আৰু ভিটামিন Cয়ে ছালৰ হেৰুওৱা উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে।
  • কিচমিচৰ পানীয়ে শৰীৰক প্ৰয়োজনীয় Fructose আৰু Glucoseৰ যোগান ধৰে। যিয়ে শৰীৰত অস্বাস্থ্যকৰ কলেষ্ট’ৰেল জমা নকৰাকৈ দেহৰ ওজন বঢ়োৱাত সহায় কৰে।
  • কিচমিচৰ পানী পটাছিয়ামেৰে সমৃদ্ধ হোৱা বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত আৰু ৰক্তনলীৰ জঠৰতা হ্ৰাস কৰাত সহায় কৰে।
Tags: Health BenefitsHealthy lifeRaisins

Related Posts

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026
মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…
Top News

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

May 1, 2026

শীৰ্ষ সংবাদ

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025