• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মধুমেহ ৰোগীৰ বাবে মহৌষধিস্বৰূপ এই ৪ পাচলি

Nation NE by Nation NE
August 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
মধুমেহ ৰোগীৰ বাবে মহৌষধিস্বৰূপ এই ৪ পাচলি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত ডায়েবেটিছ এক গুৰুতৰ সমস্যা হৈ পৰিছে। কেৱল বৃদ্ধই নহয় যুৱক-যুৱতীসকলো ইয়াৰ কবলত পৰে।

এই ডায়েবেটিছ ৰোগ সম্পূৰ্ণৰূপে নাইকিয়া কৰিব নোৱাৰি, কিন্তু ইয়াক সঠিক আহাৰ আৰু জীৱনশৈলীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি। এনে পৰিস্থিতিত, মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন লোৱা উচিত।

ডায়েটিছিয়ান মোহিনী ডংৰে কৈছে যে, অলপ অসাৱধানতাই ডায়েবেটিছ ৰোগীসকলৰ বাবে বিপদজনক প্ৰমাণিত হ’ব পাৰে। এনে ৰোগীসকলে নিজৰ খাদ্য তালিকাত ৪বিধ পাচলি অন্তৰ্ভুক্ত কৰিব লাগে, যিয়ে তেওঁলোকৰ শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ সঠিক ৰাখে।

জানো আহক এই ৪বিধ পাচলিৰ বিষয়ে সবিশেষ-

কেৰেলা

যদি ডায়েবেটিচৰ সমস্যা হয়, তেনেহ’লে তিতা কেৰেলা খোৱাটো অতি শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থৰ উপৰিও যথেষ্ট পৰিমানে আঁহ থাকে। এই সকলোবোৰ উপাদানে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মীয়াকৈ এই পাচলি গ্ৰহণ কৰিলে, ই শৰীৰত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।

ব্ৰকলি

মধুমেহ ৰোগীসকলৰ বাবে ব্ৰকলি খোৱাটোও অতি উপকাৰী। ইয়াত ক্ৰমিয়াম থাকে, যিয়ে শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে।  ব্ৰকলিত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। ই হজম শক্তি উন্নত কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।

পালেং শাক

পালেং শাকে আইৰনৰ যোগান ধৰে। কিন্তু ই মধুমেহ ৰোগীসকলৰ বাবে অতি উপকাৰী। পালেং শাকৰ গ্লাইচেমিক সূচক কম থাকে। ই লাহে লাহে শৰীৰৰ পৰা গ্লুক’জ শোষণ কৰে। ইয়াৰ লগতে, পালেং শাকত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি ৰক্ত শৰ্কৰা হ্ৰাস কৰে।

ভেন্দি

ডায়েবেটিক ৰোগীৰ বাবে ভেণ্ডি খোৱাটো অতি উপকাৰী। ইয়াত  যথেষ্ট পৰিমাণে আঁহ পোৱা যায়।ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও, ভেণ্ডিত কিছুমান উপাদান থাকে, যি ইনচুলিন উৎপাদনত সহায় কৰে।

Tags: Health NewsHealthy lifeLifestyle

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025