Tuesday, October 22, 2024
23 °c
Guwahati
20 ° Thu
21 ° Fri
Language -
অসমীয়া
  • English

Tag: Indian Government

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন, কাৰ দখলত আহিব আসন

হাৰিয়ানাত আজি বিধানসভাৰ নিৰ্বাচন, কাৰ দখলত আহিব আসন

হাৰিয়ানাত আজি আৰম্ভ হয় বিধানসভা নিৰ্বাচন।৯০টা বিধানসভা সমষ্টিৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত পুৱাৰে পৰা এই ভোটগ্ৰহণ কাৰ্যসূচী আৰম্ভ হয়। ...

অতিকৈ ঘৃণনীয়! ৫ বছৰত ৫৭২ গৰাকী জনজাতীয় মহিলাৰ সৈতে দুষ্কৰ্ম

অতিকৈ ঘৃণনীয়! ৫ বছৰত ৫৭২ গৰাকী জনজাতীয় মহিলাৰ সৈতে দুষ্কৰ্ম

দেশত নাৰী নিৰ্যাতনৰ ঘটনা  যথেষ্ট হাৰত বৃদ্ধি পাইছে। উৰিষ্যাৰ এজন মন্ত্ৰীয়ে মহিলাৰ সুৰক্ষা সম্পৰ্কে এক ডাঙৰ মন্তব্য দিছে। দেশখনৰ এখন ...

আজিৰে পৰা সলনি হৈছে ক্ৰেডিট কাৰ্ডৰ নিয়ম, পছন্দ অনুসৰি নেটৱৰ্ক বাছনি কৰিব পাৰিব আপুনি

আজিৰে পৰা সলনি হৈছে ক্ৰেডিট কাৰ্ডৰ নিয়ম, পছন্দ অনুসৰি নেটৱৰ্ক বাছনি কৰিব পাৰিব আপুনি

৬ ছেপ্টেম্বৰ  ২০২৪ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে এক নতুন নিয়ম।  ক্ৰেডিট কাৰ্ড ধাৰকসকলে তেওঁলোকৰ কাৰ্ডৰ নেটৱৰ্ক বাছনি কৰাৰ ক্ষেত্ৰত ...

যাত্ৰীৰ বাবে সুখবৰ, উপলব্ধ হ’ব বিশেষ বাছ সেৱা

যাত্ৰীৰ বাবে সুখবৰ, উপলব্ধ হ’ব বিশেষ বাছ সেৱা

যাত্ৰীৰ সুবিধাৰ্থে মুকলি কৰিছে বিশেষ বাছ সেৱা। কেজৰিৱাল চৰকাৰে দিল্লীৰ প্ৰদূষণৰ পৰা মানুহক সকাহ দিবলৈ নিৰন্তৰ চেষ্টা কৰি আছে। প্ৰদূষণৰ ...

আজিৰে পৰা কাৰ্যকৰী হ’ব ৫ নতুন নিয়ম,  যিয়ে আনিব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

আজিৰে পৰা কাৰ্যকৰী হ’ব ৫ নতুন নিয়ম, যিয়ে আনিব গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

১ ছেপ্টেম্বৰ, ২০২৪ অৰ্থাৎ আজি দেশত আহিব কেইবাতাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। যিয়ে সাধাৰণ মানুহ ক্ষেত্ৰত  পোনপটীয়া প্ৰভাৱ পেলাব। এই পৰিৱৰ্তন এলপিজি ...

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, লাডাখত গঠন হ’ব ৫খন নতুন জিলা

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, লাডাখত গঠন হ’ব ৫খন নতুন জিলা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক উন্নত আৰু সমৃদ্ধশালী লাডাখ নিৰ্মাণৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি গৃহ মন্ত্ৰালয়ে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত পাঁচখন ...

আজি কৰা হ’ব সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট; চিএফএছএলৰ দলে সাজু কৰিছে ২১ টা প্ৰশ্ন

আজি কৰা হ’ব সঞ্জয় ৰয়ৰ পলিগ্ৰাফ টেষ্ট; চিএফএছএলৰ দলে সাজু কৰিছে ২১ টা প্ৰশ্ন

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত সঞ্জয় ৰয়ক দেওবাৰে পলিগ্ৰাফ ...

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন আৰু গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ মাজত পাৰ্থক্য কি জানো আহক

কাৰ ভুলৰ বাবে ভাৰতৰ এইকেইখন ঠাইত ৩দিন পলমকৈ পালন কৰা হয় স্বাধীনতা দিৱস

ভাৰতত প্ৰতি বছৰে ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। ১৯৪৭ চনৰ আজিৰ দিনটোতে দেশখনে ব্ৰিটিছসকলৰ দাসত্বৰ পৰা মুক্তি লাভ ...

দেশজুৰি অচল চিকিৎসাসেৱা, ৰোগীৰ মাজত হাহাকাৰ অৱস্থা

৭ জন চিকিৎসকে মিলি হত্যা কৰিছিল মহিলা চিকিৎসকক! মহিলা চিকিৎসকৰ দাবীয়ে কঁপাইছে দেশ

কলকাতাৰ চৰকাৰী আৰ জি কৰ চিকিৎসালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই দেশজুৰি ক্ষোভৰ সৃষ্টি কৰিছে। এই হত্যাকাণ্ডৰ মূল ...

পুনৰ ৰাম ৰহিম প্ৰসংগঃ নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক অস্থায়ী জামিন প্ৰদান কৰাৰ কাৰণ কি?

পুনৰ ৰাম ৰহিম প্ৰসংগঃ নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক অস্থায়ী জামিন প্ৰদান কৰাৰ কাৰণ কি?

হাৰিয়ানা চৰকাৰে ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাম ৰহিমক কাৰাগাৰৰ পৰা অস্থায়ী মঞ্জুৰৰ অনুমতি দিছে। ৰাম ৰহিমক ২১ দিনৰ বাবে ...

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist