• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৭ জন চিকিৎসকে মিলি হত্যা কৰিছিল মহিলা চিকিৎসকক! মহিলা চিকিৎসকৰ দাবীয়ে কঁপাইছে দেশ

Nation NE by Nation NE
August 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশজুৰি অচল চিকিৎসাসেৱা, ৰোগীৰ মাজত হাহাকাৰ অৱস্থা

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কলকাতাৰ চৰকাৰী আৰ জি কৰ চিকিৎসালয়ত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই দেশজুৰি ক্ষোভৰ সৃষ্টি কৰিছে।

এই হত্যাকাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এতিয়াও এই গোচৰটোৰ বিষয়ে বহুতো প্ৰশ্ন জড়িত হৈ আছে। এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ হিচাপে চিনাক্ত কৰা চিকিৎসক আৰু মহিলা চিকিৎসকক সোধা-পোছা কৰি আছে।

ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছে যে, মহিলা চিকিৎসকগৰাকীক সঞ্জয় ৰয়ে হত্যা কৰা নাছিল। আৰ জি কৰ চিকিৎসালয়ৰ ৭ জন প্ৰশিক্ষাৰ্থীক চিকিৎসকে হত্যা কৰিছিল।

ইফালে, ঘটনা সন্দৰ্ভত সমাজকৰ্মী মধু কিশ্বৰে এক্সত লিখিছে, আৰ জি কৰ মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসক হিচাপে কাম কৰা এগৰাকী মহিলা আৰু তেওঁৰ বন্ধুৰ মাজত হোৱা বাৰ্তালাপত এই দাবী কৰা হৈছে।

অভিযোগ অনুসৰি, চিকিৎসকগৰাকীক বিগত ৬ মাহৰ পৰা মানসিকভাৱে হাৰাশাস্তি কৰি অহা হৈছে। আনকি ৩৬ ঘন্টাৰ বাবে নিশাৰ শ্বিফ্টত ৰখা হৈছে।

অভিযোগ অনুসৰি, অভিশপ্ত দিনটোৰ নিশা ২০২৪ চনৰ ৯ আগষ্টত গোটেই দলটোৱে তেওঁৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল।

চিকিৎসকজনে দাবী কৰিছিল যে, ঘটনাটোৰ পূৰ্বে চাৰিজন সহপাঠীয়ে তেওঁৰ সৈতে চেমিনাৰ কোঠাত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল। তাৰ পিছত প্ৰায় সাতজনীয়া এটা দলে তললৈ গৈ সুৰাপান কৰিছিল, প্ৰথমে তাইৰ হাত জোৰেৰে ধৰিছিল আৰু তাইক প্ৰহাৰ কৰি ধৰ্ষণ কৰিছিল। এই ঘটনাত মহিলা ইণ্টাৰ্নেও সমৰ্থন কৰিছিল আৰু সহায় কৰিছিল।

Tags: Indian DoctorsIndian GovernmentKOLKATA

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025