লিফ্ট দিয়াৰ চলেৰে চলন্ত বাহনত এগৰাকী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন মহিলাগৰাকী…
হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। লিফ্ট দিয়াৰ অজুহাতত এগৰাকী মহিলাৰ সৈতে সংঘটিত হয় অপকৰ্ম। অভিযুক্তই ফৰিদাবাদ-গুৰুগ্ৰাম পথত ...




