• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লিফ্ট দিয়াৰ চলেৰে চলন্ত বাহনত এগৰাকী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন মহিলাগৰাকী…

Nation NE by Nation NE
December 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
লিফ্ট দিয়াৰ চলেৰে চলন্ত বাহনত এগৰাকী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন মহিলাগৰাকী…
Share on FacebookShare on TwitterWhatsApp

হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। লিফ্ট দিয়াৰ অজুহাতত এগৰাকী মহিলাৰ সৈতে সংঘটিত হয় অপকৰ্ম। অভিযুক্তই ফৰিদাবাদ-গুৰুগ্ৰাম পথত গাড়ীখনত ২ ঘণ্টা ধৰি ঘূৰি ফুৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। পুৱা ৩:০০ বজাত এছ জি এম নগৰৰ ওচৰৰ চলন্ত গাড়ীৰ পৰা মহিলাগৰাকীক পেলাই পলায়ন কৰে অভিযুক্তই।

ইতিমধ্যে মহিলাগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত এফআইআৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে।

আৰক্ষীৰ মুখপাত্ৰ যশপাল সিঙৰ পৰা পোৱা তথ্য অনুসৰি, ভুক্তভোগীৰ ভগ্নীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে তেওঁৰ ভগ্নীৰ পৰা ৮:৩০ বজাত ফোন আহিছিল। ঘৰত মাকৰ লগত কাজিয়া কৰি বন্ধুৰ ঘৰলৈ যোৱা বুলি ভগ্নীক কৈছিল। তিনি ঘণ্টাৰ পিছত বন্ধুৰ ঘৰৰ পৰা উভতি আহিব বুলি ভুক্তভোগীয়ে জানিবলৈ দিছিল।

ভুক্তভোগীৰ ভগ্নীয়ে জনোৱা মতে, প্ৰায় ১২ বজাত ভুক্তভোগী মহিলাগৰাকীয়ে বাহনৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়তে ২ জন যুৱক কঢ়িয়াই অনা এখন ইকো ভ্যান তেওঁৰ ওচৰত ৰয়। অভিযোগ অনুসৰি, লিফ্টৰ প্ৰস্তাৱ দিয়াৰ পিছত দুয়োজনে ভ্যানখন লৈ গুৰুগ্ৰাম পথৰ দিশে আগবাঢ়ে। ফৰিদাবাদ-গুৰুগ্ৰাম পথৰ হনুমান মন্দিৰৰ কাষেৰে পাৰ হৈ এজন অভিযুক্তই গাড়ী চলাই থকাৰ বিপৰীতে আনজনে মহিলাগৰাকীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰে। অভিযুক্তই দুঘণ্টা ধৰি ফৰিদাবাদ-গুৰুগ্ৰাম পথৰ কাষেৰে ভেনখন চলাইছিল।

পুৱা ৩ বজাত অভিযুক্তই চলন্ত ভ্যানৰ পৰা ভুক্তভোগীক পেলাই দি পলায়ন কৰে। পথত পৰি মহিলাগৰাকীৰ মূৰ আৰু মুখত আঘাতপ্ৰাপ্ত হয়। পুৱতি নিশা ভুক্তভোগী মহিলাগৰাকীয়ে ভগ্নীক ফোন কৰি উক্ত ঘটনাৰ বিষয়ে অৱগত কৰে। চিকিৎসাৰ বাবে ফৰিদাবাদ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ শাৰিৰীক অৱস্থাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰে। বৰ্তমান ফৰিদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Tags: FaridabadmolestMoving Car

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025