Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Language -
অসমীয়া
  • English

Tag: Narendra Modi

‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

‘২২ তাৰিখৰ উত্তৰ ২২ মিনিটত’, পেহেলগাম কাণ্ডৰ এমাহ পিছত বিশ্ববাসীক স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী মোদীৰ

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ ঠিক এমাহ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত ...

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড; ১৭ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড; ১৭ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা

হায়দৰাবাদৰ চাৰমিনাৰৰ সমীপৰ এটা অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো ...

‘সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে আছো…’, প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কাটাৰৰ আমিৰৰ

‘সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে আছো…’, প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কাটাৰৰ আমিৰৰ

ইছলামিক সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত কৰা নাৰকীয় ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে কাটাৰৰ আমিৰ তামিম বিন হামাদ আল-থানীয়ে। সন্ত্ৰাসবাদ বিৰোধী ...

বায়ু সেনাৰ মুৰব্বীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বায়ু সেনাৰ মুৰব্বীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পেহেলগাম কাণ্ডৰ যিকোনো প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰত। যিকোনো সময়তে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ভাৰত চৰকাৰে। বিগত কিছুদিনৰ পৰা ...

দেশত হ’ব জাতিগত লোকপিয়ল; অসম-মেঘালয়ৰ বাবেও মোদী কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

দেশত হ’ব জাতিগত লোকপিয়ল; অসম-মেঘালয়ৰ বাবেও মোদী কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

বুধবাৰে দিল্লীত অনুষ্ঠিত মোদী কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে সদৰি কৰি ...

‘কোনো পধ্যেই ৰেহাই দিয়া নহ’ব’ : বিদেশৰ পৰাই এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

‘কোনো পধ্যেই ৰেহাই দিয়া নহ’ব’ : বিদেশৰ পৰাই এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

মঙলবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগৰ পহলগাম অঞ্চলত পৰ্যটকৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ত্ৰাসবাদীৰ আক্ৰমণত ...

বিকাশৰ নতুন গতি; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে পম্বন দলং

বিকাশৰ নতুন গতি; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে পম্বন দলং

তামিলনাডুৰ ৰামেশ্বৰম দ্বীপক ৰে’ল পথেৰে সংযোগ কৰিবলগীয়া পম্বন দলংখন দেওবাৰে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ...

শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে। এই সন্মানৰ বাবে শ্ৰীলংকাক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ ...

কাইলৈ ​​মহাকুম্ভত স্নান কৰিব প্ৰধানমন্ত্ৰী মোদী; পঢ়ক সম্পূৰ্ণ কাৰ্যসূচী…

১১ বছৰৰ মূৰত RSSৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১১ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে নাগপুৰস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে ...

৯ মাহৰ মূৰত ধৰালৈ উভতিল সুনীতা উইলিয়ামছ; মোদীৰ বিশেষ পত্ৰ…

৯ মাহৰ মূৰত ধৰালৈ উভতিল সুনীতা উইলিয়ামছ; মোদীৰ বিশেষ পত্ৰ…

৯ মাহৰো অধিক অপেক্ষাৰ অন্তত অৱশেষত মহাকাশ ষ্টেচনক বিদায় জনাই ধৰালৈ উভতিল ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। তেওঁৰ সৈতে পৃথিৱীলৈ ...

Page 5 of 10 1 4 5 6 10

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist