• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে আছো…’, প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কাটাৰৰ আমিৰৰ

Nation NE by Nation NE
May 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
‘সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে আছো…’, প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কাটাৰৰ আমিৰৰ
Share on FacebookShare on TwitterWhatsApp

ইছলামিক সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত কৰা নাৰকীয় ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে কাটাৰৰ আমিৰ তামিম বিন হামাদ আল-থানীয়ে। সন্ত্ৰাসবাদ বিৰোধী যুদ্ধত কাটাৰে ভাৰতক সম্পূৰ্ণ সহায় আৰু সমৰ্থন কৰাৰো আশ্বাস প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত এই প্ৰতিশ্ৰুতি দিয়ে আল-থানীয়ে।

তেওঁ লগতে কয় যে, সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমি ভাৰতৰ লগত আছো।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “আজি কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনযোগে কথা পাতিছে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰে।’

তেওঁ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ আৰু দোষীক ন্যায় দিবলৈ ভাৰতে গ্ৰহণ কৰা সকলো কাৰ্যকলাপৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তামিম বিন হামাদ আল-থানীক সংহতি আৰু সমৰ্থনৰ স্পষ্ট বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

কাটাৰৰ উপৰি পেহেলগামত হোৱা আক্ৰমণক ৰাছিয়া, আমেৰিকা, ইজৰাইল, ব্ৰিটেইন, জাৰ্মানী আদিৰ লগতে আন বহু ৰাষ্ট্ৰই দুখ আৰু নিন্দা প্ৰকাশ কৰিছে।

Tags: Emir Tamim Bin Hamad Al-ThaniNarendra ModiPahalgam IncidentQatar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025