ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা
প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে চন্দ্ৰপুৰ, হাজংবড়িস্থিত বিশ্ববিদ্যালয় পৰিসৰত অনুষ্ঠিত হৈ যায়। দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ...