• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা

প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন

Nation NE by Nation NE
October 17, 2025
in Top News, অসম
0 0
ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on TwitterWhatsApp

প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে চন্দ্ৰপুৰ, হাজংবড়িস্থিত বিশ্ববিদ্যালয় পৰিসৰত অনুষ্ঠিত হৈ যায়। দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষাবিদ আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কেইবাগৰাকী অধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়ৰ সমুৎকর্ষ ভৱন (সভাগাৰ) আৰু ধন্বন্তৰি ভৱন (ফাৰ্মাচী বিভাগ)ৰ উদ্বোধন কৰে। বিদেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আবাস আৰু নগৰীয় কাৰ্য মন্ত্ৰী অশোক সিংহল আৰু উত্তৰ পূব পৰিষদ (NEC)-ৰ সচিব সতীন্দ্ৰ কুমাৰ ভল্লা উপস্থিত আছিল।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী সদস্য সুৰেশ চোনী মুখ্য বক্তা হিচাপে উপস্থিত আছিল। নিজৰ বক্তব্যত তেখেতে কয়, ‘ব্যক্তি নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ সম্ভৱ আৰু প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় এই মহান উদ্দেশ্যৰ দিশে আগবাঢ়ি গৈছে।’

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুপ্ৰেৰণামূলক বক্তৃতাত কয়, ‘অসমৰ প্ৰাচীন নাম ‘প্রাগজ্যোতিষপুৰ’ৰ পৰা বিশ্ববিদ্যালয়টো নামকৰণ কৰা হৈছে। শিক্ষাৰ উদ্দেশ্য কেৱল জ্ঞান অৰ্জন নহয়, বৰঞ্চ বিশ্বকল্যাণৰ ভাবনা গঢ়ি তোলাটোহে। আধুনিক প্ৰযুক্তিগত শিক্ষাৰ লগত আধ্যাত্মিকতা আৰু মানৱতাৰ সমন্বয় অতি প্ৰয়োজনীয়।’

এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ‘কৌমুদি’ নামৰ বার্তালোচনীখনৰো উন্মোচন কৰে।

অনুষ্ঠানত উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিনহা, হৰিয়ানা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ সভাপতি অধ্যাপক কৈলাশ চন্দ্ৰ শৰ্মা, গুৱাহাটী লোকসভাৰ সাংসদ বিজুলি কলিতা মেধি আৰু শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (SERF)-ৰ সভাপতি লেফ্টেনেণ্ট জেনেৰেল (অবঃ) ৰাণা প্ৰতাপ কলিতাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে দেশীয় শিক্ষা পদ্ধতি আৰু মূল্যবোধ আধাৰিত শিক্ষাৰে সংপৃক্ত আৰু আঠ দশকতকৈও অধিক অভিজ্ঞতাৰে পুষ্ট বিদ্যা ভাৰতীৰ নীতি আদৰ্শেৰে অসমত পৰিচালিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে পৰিচালিত বিদ্যা নিকেতনসমূহে গত অৰ্ধ শতিকা ধৰি বিদ্যালয়সমূহৰ জয়যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে আৰু নৱ প্ৰজন্মক ভাৰতীয় জ্ঞান পৰম্পৰাৰে পৰিচিত কৰাৰ লগতে দেশাত্মবোধ যুক্ত উচ্চ শিক্ষা প্ৰদানৰ অৰ্থে গত ২০২২ বৰ্ষত স্থাপিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়খনে চাৰিটা বছৰত ভৰি দিছে।

Tags: Foundation DayHimanta Biswa SarmaPragjyotishpur University

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025