Sunday, September 7, 2025
30 °c
Guwahati
30 ° Mon
29 ° Tue
Language -
অসমীয়া
  • English

Tag: Supreme Court

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ দায়িত্বত ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ দায়িত্বত ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে। ১৪ মে’ত দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশৰ দায়িত্ব ...

উচ্চতম ন্যায়ালয়ত আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৩ জনীয়া বিচাৰপীঠে ৱাকফ সংশোধনী আইনৰ শুনানি  গোচৰৰ শুনানি গ্ৰহণ

উচ্চতম ন্যায়ালয়ত আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৩ জনীয়া বিচাৰপীঠে ৱাকফ সংশোধনী আইনৰ শুনানি গোচৰৰ শুনানি গ্ৰহণ

ৱাকফ সংশোধনী আইন সন্দৰ্ভত সমগ্ৰ দেশতে চলি থকা প্ৰতিবাদ আৰু সমৰ্থনৰ মাজতে এই সন্দৰ্ভত আজি অৰ্থাৎ ১৬ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ...

তামিলনাডু চৰকাৰে ৰচিলে ইতিহাস; ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনেই আইন হ’ল ১০ বিধেয়ক

তামিলনাডু চৰকাৰে ৰচিলে ইতিহাস; ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনেই আইন হ’ল ১০ বিধেয়ক

দেশত প্ৰথমবাৰৰ বাবে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনে আইনত পৰিণত হ'ল বিধেয়ক। এই ঐতিহাসিক ঘটনা সংঘটিত হৈছে তামিলনাডুত। তামিলনাডুৰ ৰাজ্যপাল ...

ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত নীতিশ-লালুৰ দলে কৰিলে ভিন-ভিন দাবী, জানক কি ক’লে…

ৱাকফ আইন সন্দৰ্ভত ১৬ এপ্ৰিলত শুনানি

ৱাকফ সংশোধনী বিধেয়কত অনুমোদন জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে। আইনত পৰিণত হোৱাৰ পিছতে বিতৰ্কিত আইনখন প্ৰত্যাহাৰৰ দাবীত তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ ...

ৱাকফ আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত কোনে কোনে দাখিল কৰিলে আবেদন; সম্পূৰ্ণ তালিকা

ৱাকফ আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত কোনে কোনে দাখিল কৰিলে আবেদন; সম্পূৰ্ণ তালিকা

ৱাকফ সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছৰে পৰা দেশত অধিক আগ্ৰাসী ৰূপত প্ৰতিবাদত নামি পৰিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে মুছলমান ...

FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ সম্পত্তিক লৈ ঐতিহাসিক সিদ্ধান্ত!

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত টকাৰ বাণ্ডিল উদ্ধাৰ হোৱা ঘটনাক লৈ দেশজুৰি আৰম্ভ হোৱা প্ৰতিক্ৰিয়াৰ পিছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে ...

ধন সৰবৰাহৰ গোচৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত FIRৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

ধন সৰবৰাহৰ গোচৰত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত FIRৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

ধন সৰবৰাহৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে FIR দাখিল কৰিব লাগে বুলি কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ ...

এতিয়াৰে পৰা ‘মিঞা-টিয়া-পাকিস্তানী’ বুলি ক’লেও অপৰাধ নহয় : সৰ্বোচ্চ ন্যায়ালয়

এতিয়াৰে পৰা ‘মিঞা-টিয়া-পাকিস্তানী’ বুলি ক’লেও অপৰাধ নহয় : সৰ্বোচ্চ ন্যায়ালয়

দেশত কোনো লোককে ‘মিঞা-টিয়া’ আৰু ‘পাকিস্তানী’ বুলি কোৱাটো অপৰাধ নহয়। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই মন্তব্য কৰিছে। এখন আবেদনৰ শুনানি গ্ৰহণ ...

FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

‘দোষী সাংসদৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো উচিত নহয়’, সৰ্বোচ্চ ন্যায়ালক উত্তৰ কেন্দ্ৰৰ

দোষী সাংসদ-বিধায়কসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত স্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদনত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ...

FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

বিদেশী বিতাড়নৰ বাবে চৰকাৰক সময়সীমা বান্ধি দিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসমৰ গোৱালপাৰা জিলাৰ মাটিয়া ডিটেনচন কেম্পত বন্দী হৈ থকা ২৭০ জন অবৈধ বাংলাদেশী নাগৰিকক বিতাড়নৰ বিষয়ত মঙলবাৰে কঠোৰ স্থিতি গ্ৰহণ ...

Page 2 of 5 1 2 3 5

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist