• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশত সংঘটিত হোৱা গৃহযুদ্ধৰ বাবে দায়ী সঞ্জীৱ খান্না : নিশিকান্ত ডুবে

Nation NE by Nation NE
April 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশত সংঘটিত হোৱা গৃহযুদ্ধৰ বাবে দায়ী সঞ্জীৱ খান্না : নিশিকান্ত ডুবে
Share on FacebookShare on TwitterWhatsApp

সংসদে গৃহীত কৰা ৱাকফ সংশোধনী আইন ২০২৫ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি চলি আছে। এই বিষয়টোক লৈ গৰম হৈ আছে দেশৰ ৰাজনীতি। ৱাকফ সম্পৰ্কীয় আইন প্ৰণয়ন হোৱাৰ পিছতো ইয়াক কাৰ্যকৰী কৰিব পৰা নাই।

এই সন্দৰ্ভত বিজেপি সাংসদ নিশিকান্ত ডুবেই মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। দেশত সংঘটিত হোৱা গৃহযুদ্ধৰ বাবে সঞ্জীৱ খান্না দায়ী বুলিও তেওঁ কয়।

শনিবাৰে বিজেপি নেতা নিশিকান্ত ডুবেই অভিযোগ উত্থাপন কৰে যে উচ্চতম ন্যায়ালয়ে দেশত ধৰ্মযুদ্ধৰ উচটনি দিয়াৰ বাবে দায়বদ্ধ। যদি উচ্চতম ন্যায়ালয়ে আইন বনাব লাগে তেন্তে সংসদ ভৱন বন্ধ কৰিব লাগে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডুবেই কয়, ‘উচ্চতম ন্যায়ালয়ৰ এটাই উদ্দেশ্য আছে। মোক মুখখন দেখুৱাওক, মই আপোনাক আইন দেখুৱাম।’

উচ্চতম ন্যায়ালয়ে নিজৰ সীমাৰ বাহিৰলৈ যোৱা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে যদি আমি সকলো কামৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাবলগীয়া হয়, তেন্তে সংসদ আৰু ৰাজ্যিক বিধানসভাসমূহ বন্ধ কৰি দিব লাগে।

বিজেপিৰ সাংসদ ডুবেই কয় যে এই দেশত সংঘটিত হোৱা সকলো গৃহযুদ্ধৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না দায়ী।

ডুবেই লগতে আৰু কয়, ‘আপুনি নিযুক্তি কৰ্তৃপক্ষক কেনেকৈ নিৰ্দেশ দিব পাৰে? ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে। সংসদে এই দেশৰ আইন প্ৰণয়ন কৰে। আপুনি সেই সংসদক নিৰ্দেশ দিবনে? আপুনি কেনেকৈ নতুন আইন প্ৰণয়ন কৰিলে? কোনখন আইনত লিখা আছে যে ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত সিদ্ধান্ত ল’ব লাগিব? ইয়াৰ অৰ্থ হ’ল আপুনি এই দেশক অৰাজকতাৰ দিশে লৈ যাব বিচাৰে। সংসদত এই সন্দৰ্ভত বিশদ আলোচনা হ’ব।’

Tags: CJINishikant DubeySanjeev KhannaSupreme CourtWaqf Act

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025