ৰাছিয়া-ইউক্ৰেইনত যুদ্ধবিৰতি অনাৰ বাবে ব্যস্ত ট্ৰাম্প, ভাৰতত শুল্ক আৰোপ কৰাৰ বাবে নিজ দেশতে প্ৰশ্নৰ সন্মুখীন ট্ৰাম্প…
ড’নাল্ড ট্ৰাম্পৰ বৈদেশিক নীতিৰ বাবে নিজ গৃহতে প্ৰশ্ন উত্থাপন হৈছে। ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা ট্ৰাম্পে ইউক্ৰেইনত যুদ্ধবিৰতিৰ চেষ্টা চলাই আহিছে। ...










