• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 5, 2026
26 °c
Guwahati
25 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ

Nation NE by Nation NE
July 23, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
‘আমি আপোনালোকৰ অৰ্থনীতি শেষ কৰি দিম…’, ভাৰতসহ তিনিখন ৰাষ্ট্ৰক সকীয়নি আমেৰিকাৰ
Share on FacebookShare on TwitterWhatsApp

ৰাছিয়াৰ সৈতে ভাৰত-চীন আৰু ব্ৰাজিলৰ সম্পৰ্ক যে অতি নিবিড় সেয়া সৰ্বজনবিদিত। ৰাছিয়াৰ সৈতে এই তিনিখন ৰাষ্ট্ৰই বজাই ৰখা সু-সম্পৰ্কক সহজভাৱে মানি ল’ব পৰা নাই আমেৰিকাই। ৰাছিয়াৰ সৈতে সম্পৰ্ক শেষ নকৰিলে এই তিনিওখন ৰাষ্ট্ৰৰ অৰ্থনীতি ধ্বংস কৰি দিব বুলি মন্তব্য কৰিছে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে।

দৰাচলতে ভাৰত-চীন আৰু ব্ৰাজিলে ৰাছিয়াৰ পৰা অধিক হাৰত খাৰুৱা সম্পদ ক্ৰয় কৰাক লৈ ক্ষুন্ন আমেৰিকা। এই সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পৰ অতি ঘনিষ্ঠ তথা ছীনেটৰ লিণ্ডছে গ্ৰাহামে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ধমক প্ৰদান কৰিছে।

গ্ৰাহামে সকীয়াই দিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশ বিশেষকৈ ভাৰত, চীন আৰু ব্ৰাজিলৰ ওপৰত মাত্ৰাধিক শুল্ক আৰোপ কৰিব।

ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গ্ৰাহামে কয়, ‘ট্ৰাম্পে ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহ – চীন, ভাৰত আৰু ব্ৰাজিলৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ আগবাঢ়িছে।’

উল্লেখ্য যে, ভাৰত, চীন আৰু ব্ৰাজিলে ৰাছিয়াৰ প্ৰায় ৮০ শতাংশ খাৰুৱা তেল ৰপ্তানি কৰে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী গ্ৰাহামে কয় যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে তেওঁলোকে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ বাবে ধন সংগ্ৰহৰ ক্ষেত্ৰত সহায় লাভ কৰিছে।

Tags: brazilChinaIndiaRussiaTariffUnited State of America

Related Posts

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”
Top News

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

May 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 5, 2026
নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ
Top News

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

May 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 5, 2026
পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি
Top News

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

May 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 5, 2026

শীৰ্ষ সংবাদ

INDIA মিত্ৰজোঁটত যোগদান কৰিব নেকি বিজয় থালাপতিয়ে? থাৰুৰে ক’লে, “দুৱাৰ খোলা আছে, আলোচনাৰ সম্ভাৱনা”

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

নিজ কন্যাক হেৰুওৱা বেদনাৰ পৰা শক্তি আহৰণ, বিধানসভালৈ যাত্ৰা বংগৰ এইগৰাকী সাহসী মাতৃৰ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

পশ্চিম বংগত ঐতিহাসিক জয়, বিজেপিৰ ৫টা ডাঙৰ প্ৰতিশ্ৰুতি

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025