Thursday, March 12, 2026
23 °c
Guwahati
22 ° Sat
22 ° Sun
Language -
অসমীয়া
  • English

Tag: Trump

ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

ইৰাণ-ইজৰাইলৰ পিছত এতিয়া গাজালৈ শান্তি উভতি অহাৰ উপক্ৰম হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে, ইজৰাইলে গাজাত ৬০ দিনীয়া ...

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! ইজৰাইলৰ আক্ৰমণত ইৰাণৰ ১২০০ৰো অধিক আহত, নিহত হৈছে ২৪৪ জন

ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰাৰ পৰিকল্পনা!ইজৰাইলৰ বাবে আমেৰিকাই যুদ্ধত জঁপিয়াই পৰিব নেকি?

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ ষষ্ঠ দিনতো বিষয়টো নিষ্পত্তি কৰিব পৰা হোৱা নাই। এতিয়া আমেৰিকাইও এই বিষয়ত হস্তক্ষেপ ...

ইৰাণলৈ ট্ৰাম্পৰ সতৰ্কবাণী! আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত

ইৰাণলৈ ট্ৰাম্পৰ সতৰ্কবাণী! আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ হোৱাটো নিশ্চিত

ইজৰাইল-ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়নি দিয়ে। দেওবাৰে ট্ৰাম্পে কয় যে, ১৪ জুনৰ নিশা ইৰাণৰ ওপৰত হোৱা ...

ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?

পুনৰ ড’নাল্ড ট্ৰাম্পে দিলে ভাবুকি, ভাৰতত নিৰ্মাণ কৰিব নোৱাৰিব iPhone

ব্যৱসায়িক জগতত পুনৰ আলোড়নৰ সৃষ্টি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইউৰোপীয় সংঘৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ৫০% শুল্ক ...

প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!

৩ বছৰৰ পাছত ৰাছিয়া-ইউক্ৰেইনৰ বৈঠক, জেলেনস্কিৰ ডাঙৰ দাবী…

তিনি বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ইস্তানবুলত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰত্যক্ষ আলোচনা হয় যদিও যুদ্ধবিৰতিৰ ক্ষেত্ৰত কোনো চুক্তিত উপনীত নহয়। ...

প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!

প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!

অতি শীঘ্ৰেই বিগত ৩ বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে ...

নতশিৰ আমেৰিকা! শুল্ক সন্দৰ্ভত ট্ৰাম্পে ল’লে ডাঙৰ সিদ্ধান্ত

ড’নাল্ড ট্ৰাম্পৰ এই চাঞ্চল্যকৰ সিদ্ধান্ত, চলচ্চিত্ৰৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লৈছে এক চাঞ্চল্যকৰ সিদ্ধান্ত। এতিয়া তেওঁ শুল্ক সম্পৰ্কীয় চলি থকা বিষয়টোত ছবি উদ্যোগকো অন্তৰ্ভুক্ত কৰিছে। আমেৰিকাৰ ...

সচাঁকৈয়ে ট্ৰাম্প হ’ব নেকি নতুন পোপ? ছচিয়েল মিডিয়াত ভাইৰেল ছবি, সত্য কি?

সচাঁকৈয়ে ট্ৰাম্প হ’ব নেকি নতুন পোপ? ছচিয়েল মিডিয়াত ভাইৰেল ছবি, সত্য কি?

পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ পিছত ভেটিকানে এতিয়া নতুন পোপৰ বাবে অপেক্ষা কৰি আছে। অৱশ্যে নতুন পোপ বিষয়ে কেতিয়া ঘোষণা কৰা হ’ব ...

আমেৰিকাত বিলুপ্ত হ’ব নেকি আয়কৰ? আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিলে ডাঙৰ ইংগিত

আমেৰিকাত বিলুপ্ত হ’ব নেকি আয়কৰ? আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দিলে ডাঙৰ ইংগিত

শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক সাক্ষাৎকাৰত এক বিবৃতি দিছে যিয়ে দেশখনৰ কৰ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে। তেওঁ ...

নতশিৰ আমেৰিকা! শুল্ক সন্দৰ্ভত ট্ৰাম্পে ল’লে ডাঙৰ সিদ্ধান্ত

ট্ৰাম্পক এবাৰ ইউক্ৰেইনলৈ আহিবলৈ অনুৰোধ জেলেনস্কিৰ , ট্ৰাম্পৰ উত্তৰ- ‘এয়া বাইডেনৰ যুদ্ধ, ইয়াৰ লগত মোৰ কোনো সম্পৰ্ক নাই’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ পৰাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে অহৰহ কাম কৰি আহিছে। যুদ্ধ বন্ধ কৰিবলৈ ...

Page 10 of 13 1 9 10 11 13

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist