Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Language -
অসমীয়া
  • English

Tag: Worship

ধনতেৰাছৰ দিনটোত ঘৰলৈ আনিব এই সামগ্ৰী, কেতিয়াও নহ’ব অভাৱ-অনাটন…

অকাল মৃ*ত্যু*ৰ পৰা ৰক্ষা পৰিবলৈ ধৰতেৰাছৰ পবিত্ৰ ক্ষণত কৰক এই বিশেষ কাম

আজি ১৮ অক্টোবৰ, ২০২৫ শনিবাৰে সমগ্ৰ দেশতে ধনতেৰাছ উৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে মানুহে আজি সোণ, ৰূপ, বাচন-বৰ্তন, বৈদ্যুতিক ...

লক্ষ্মী পূজা ২০২৫ঃ পুৰোহিত নোহোৱাকৈ নিজগৃহতে কেনেকৈ কৰিব মা লক্ষ্মীৰ আৰাধনা?

লক্ষ্মী পূজা ২০২৫ঃ পুৰোহিত নোহোৱাকৈ নিজগৃহতে কেনেকৈ কৰিব মা লক্ষ্মীৰ আৰাধনা?

ওঁ নমস্তে সর্ব্বদেবানাং বৰদাসি হৰিপ্রিয়ে। যা গতিস্তৎ প্রপন্নানাং সা মে ভুয়াত্তদৰ্চ্চনাৎ ॥ এষ সগন্ধপুষ্পবিল্বপত্রাঞ্জলিঃ শ্রীং লক্ষ্মীদেব্যৈ নমঃ আজি ধনৰ অধিষ্ঠাত্ৰীদেৱী ...

শুভ বিজয়া ২০২৫: ভাৰতৰ এনে ৭ খন ঠাই, য’ত দশাননক দহন নহয়, বৰঞ্চ পূজা কৰাহে হয়…

শুভ বিজয়া ২০২৫: ভাৰতৰ এনে ৭ খন ঠাই, য’ত দশাননক দহন নহয়, বৰঞ্চ পূজা কৰাহে হয়…

প্ৰতি বছৰে শাৰদীয় নৱৰাত্ৰিৰ দশমী তিথিত বিজয়া দশমী উৎসৱ পালন কৰা হয়। এই উৎসৱ অশুভৰ অন্ত আৰু অন্যায় ওপৰত ন্যায়ৰ ...

মহাসপ্তমীত কিয় দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয়? কালৰাত্ৰি পূজাৰ বিষয়ে সবিশেষ জানো আহক…

মহাসপ্তমীত কিয় দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয়? কালৰাত্ৰি পূজাৰ বিষয়ে সবিশেষ জানো আহক…

প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত দুৰ্গা পূজাৰ প্ৰচলন আছে বুলি বহুতো তথ্য আছে। বহুপৌৰাণিক ৰীতি নীতি, পৰম্পৰা, কাহিনী অথবা ...

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰৰ পূজাৰ আয়োজন

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বখনিকৰৰ পূজাৰ আয়োজন

আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে। ভাদমাহৰ সংক্ৰান্তিত অনুষ্ঠিত কৰা বিশ্বকৰ্মা পূজা হৈছে হিন্দুসকলৰ ...

আজি শুভ জন্মাষ্টমী, ভক্তিৰসেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰ

আজি শুভ জন্মাষ্টমী, ভক্তিৰসেৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ-নামঘৰ

‘অʼ যাদৱ উঠা বনমালী, ত্ৰিজগতৰ পতি হেʼ।। হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ জন্মাষ্টমী। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীক কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ ...

এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

সমাগত শাৰদীয় দুৰ্গোৎসৱ। দেশজুৰি দুৰ্গোৎসৱ উদযাপনৰ বাবে চলিছে তীব্ৰ প্ৰস্তুতি। লগতে ব্যস্ততা বাঢ়িছে মৃণ্ময় শিল্পীসকলৰো। ইয়াৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে পূজা ...

ঘৰে ঘৰে আগমন ভগৱান শ্ৰী গণেশৰ, জানক গণপতি স্থাপনৰ প্ৰকৃত সময়…

ঘৰে ঘৰে আগমন ভগৱান শ্ৰী গণেশৰ, জানক গণপতি স্থাপনৰ প্ৰকৃত সময়…

আজিৰ পৰা আৰম্ভ হৈছে ১০ দিনীয়া গণেশ উৎসৱ অৰ্থাৎ ২৭ আগষ্টৰ পৰা অনন্ত চতুৰ্দশীৰ দিনা সামৰণি পৰিব। গণেশ চতুৰ্থীৰ দিনা ...

Page 1 of 4 1 2 4

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist