• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মহাসপ্তমীত কিয় দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয়? কালৰাত্ৰি পূজাৰ বিষয়ে সবিশেষ জানো আহক…

Nation NE by Nation NE
September 29, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মহাসপ্তমীত কিয় দেৱীৰ কালৰাত্ৰি ৰূপক পূজা কৰা হয়? কালৰাত্ৰি পূজাৰ বিষয়ে সবিশেষ জানো আহক…
Share on FacebookShare on TwitterWhatsApp

প্ৰাচীন কালৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত দুৰ্গা পূজাৰ প্ৰচলন আছে বুলি বহুতো তথ্য আছে। বহুপৌৰাণিক ৰীতি নীতি, পৰম্পৰা, কাহিনী অথবা শাস্ত্ৰীয় ব্যাখ্যা জড়িত হৈ আছে এই দুৰ্গোৎসৱৰ লগত।

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয়। শাৰদীয় নৱৰাত্ৰিৰ আজি সপ্তম দিন। (মহাসপ্তমীৰ এই দিনটোত দেৱী দুৰ্গাৰ কালৰাত্ৰি ৰূপৰ পূজা কৰা হয় আৰু ভক্তসকলে উপবাস ৰাখে।

​কালৰাত্ৰি হৈছে মা দুৰ্গাৰ অন্যতম তথা সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত (৮১-৯৩) কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়।কালী আৰু কালৰাত্ৰিক ভিন্ন হিচাপে গণ্য কৰা হয় যদিও কোনো কোনো ক্ষেত্ৰত দুয়োকে একেগৰাকী দেৱী হিচাপেও অভিহিত কৰা হয়।

শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল–১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মা তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে।

বিশ্বাস অনুসৰি কালৰাত্ৰীক উপাসনা কৰিলে ভয় দূৰ হয়, তেওঁ সংকটৰ পৰা সুৰক্ষা দিয়ে আৰু মানুহে শুভ ফলাফল লাভ কৰে। শুভ ফলাফল প্ৰদান কৰাৰ বাবে কালৰাত্ৰিৰ শুভংকৰী বুলি জনা যায়। কালৰাত্ৰি দেৱীক উপাসনা কৰিলে অকাল মৃত্যুৰ ভয়ো নোহোৱা হৈ যায়, ৰোগ আৰু ত্ৰুটিও দূৰ হয়।

দেৱী কালৰাত্ৰিৰ ৰূপটো অতি দুৰ্ধৰ্ষ, ভয়ানক আৰু শৰীৰৰ বৰণ ক’লা। কালৰাত্ৰি দেৱীয়ে শত্ৰুৰ ওপৰত ভয় তথা ত্ৰাসৰ সৃষ্টি কৰে, সেইবাবে তেওঁক কালৰাত্ৰি বুলি কোৱা হয়। ৰক্তবীজৰ বধৰ সময়ত দেৱী দুৰ্গাই কালৰাত্ৰিৰ ৰূপ লৈছিল বুলি বিশ্বাস আছে। দেৱী কালৰাত্ৰিৰ বাহন হৈছে গাধ, খোলা চুলি, হাতত খঞ্জৰ আৰু ভৰাজ পিন্ধে।

কালৰাত্ৰি এগৰাকী হিন্দু দেৱী । তেওঁ নৱদুৰ্গাৰ অন্যতম আৰু দুৰ্গা দেৱীৰ সপ্তম শক্তি । কালৰাত্ৰি হৈছে দৃষ্টিৰ দেৱী । তেওঁৰ ছালৰ ৰং ডাঠ আন্ধাৰৰ দৰে ক’লা । মা কালৰাত্ৰি শ্যামল বৰণৰ । মাৰ ডিঙিত বজ্ৰপাতৰ হাৰ এটা দোল খাই আছে । মা কালৰাত্ৰি তৃণায়নী আৰু তেওঁৰ চকু দুটা বিশ্বব্ৰহ্মাণ্ডৰ দৰে ঘূৰণীয়া । তেওঁৰ উশাহ-নিশাহৰ লগে লগে ভয়ংকৰ শিখা নিৰ্গত হয় । কালৰাত্ৰিৰ বাহন হৈছে গর্দভ বা গাধ । লগতে মা কালৰাত্ৰিয়ে হাতত ত্ৰিশূল ধাৰণ কৰে । মা কালৰাত্ৰি দেখাত ভয়ংকৰ হ’লেও তেওঁক মংগলৰ দেৱী বুলি কোৱা হয় ।

মহাসপ্তমীৰ দিনাই দেৱী দুৰ্গাক আহ্বান কৰি নৱপত্ৰিকা স্থাপনেৰে পূজাৰ আৰম্ভণি কৰা হয়। মহাসপ্তমী পূজাৰ দিনটোৰ পৰাই এই নৱপত্ৰিকা আৰু যুৰীয়া বেলত দেৱী দুৰ্গাৰ উপাসনা কৰা হয়। নৱপত্ৰিকা ৯বিধ সামগ্ৰীৰে অতি সুন্দৰভাৱে সজোৱা হয়। ৯ বিধ সামগ্ৰী হ’ল কলগছ, ধান, ডালিম, বেল, হালধি, অশোক গছ, জয়ন্তী ফুলৰ গছ, বগা অপৰাজিতা আৰু কচু। এইকেইবিধ সামগ্ৰীৰে নৱপত্ৰিকাক কইনাৰ ৰূপত দীঘল উৰণিৰে ঢাকি পূজা কৰা হয়।

Tags: DurgapujaWorship

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025