• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, July 8, 2025
28 °c
Guwahati
28 ° Thu
29 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

    উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

    চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

    হাজোত চাঞ্চল্যকৰ ঘটনা, ছাত্ৰক অপহৰণৰ অপচেষ্টা…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা,  প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই…

    ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমায়গৈ…

    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জনসংখ্যা মাত্ৰ ৩ লাখ, ১.৩ কোটি টকাত নাগৰিকত্ব ল’লে দেশ এৰি পলায়ন কৰা ললিত মোদীয়ে

      Nation NE by Nation NE
      March 8, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      জনসংখ্যা মাত্ৰ ৩ লাখ, ১.৩ কোটি টকাত নাগৰিকত্ব ল’লে দেশ এৰি পলায়ন কৰা ললিত মোদীয়ে
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতীয় বেংকৰ পৰা হাজাৰ-হাজাৰ কোটি টকাৰ ঋণ লৈ দেশ এৰি পলায়ন কৰা বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ তথা আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোদীয়ে ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে। তেওঁৰ আইনী উপদেষ্টা মেহবুব আবদীয়ে এই খবৰ নিশ্চিত কৰিছে।

      ললিত মোদীয়ে ভাৰতৰ পৰা পলায়ন কৰি ২০১০ চনত লণ্ডনলৈ গৈছিল। ভাৰতত ললিত মোদীৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এতিয়া ললিত মোদীয়ে ভানুআটুৰ নাগৰিকত্ব লোৱাৰ পিছত তেওঁক ভাৰতলৈ ঘূৰাই অনাটো কঠিন হ’ব।

      ললিত মোদীৰ আইনী উপদেষ্টা মেহবুব আবদীয়ে কয় যে ভানুআটুৰ নাগৰিকত্ব লাভ কৰাৰ পিছত ললিত মোদীয়ে এতিয়া ভাৰতীয় পাছপ’ৰ্ট জমা দিয়াৰ প্ৰক্ৰিয়াত আছে। ভাৰতীয় পাছপ’ৰ্ট জমা দিয়াৰ নিৰ্ধাৰিত পদ্ধতি অনুসৰি ললিত মোদীয়ে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

      এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, ‘ললিত মোদীয়ে লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তত পাছপ’ৰ্ট জমা দিবলৈ আবেদন কৰিছে। বৰ্তমানৰ নিয়ম আৰু পদ্ধতি অনুসৰি পৰীক্ষা কৰা হ’ব। লগতে আমাক জনোৱা হৈছে যে তেওঁ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে। আমি তেওঁৰ বিৰুদ্ধে আইন অনুসৰি গোচৰ চলাই আছো।’

      ভানুআটু, কেনেদৰে লাভ কৰে নাগৰিকত্ব

      ভানুআটু দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশ। প্ৰতিবেদন অনুসৰি এই দেশৰ জনসংখ্যা মাত্ৰ ৩ লাখ। ইয়াত বিনিয়োগ কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা হয়। কেপিটেল ইনভেষ্টমেণ্ট ইমিগ্ৰেচন প্লেন অনুসৰি ১৫৫,০০০ (১.৩ কোটি টকা) মাৰ্কিন ডলাৰ বিনিয়োগ কৰিলেই ভানুআটুৰ নাগৰিকত্ব লাভ কৰিব পাৰি।

      ১৯৮০ চনলৈকে ভানুআটু ফ্ৰান্স আৰু ব্ৰিটেইনৰ দখলত আছিল

      ১৯৮০ চনলৈকে ই ফ্ৰান্স আৰু ব্ৰিটেইনৰ দখলত আছিল। কিন্তু এতিয়া স্বাধীন জাতি।

      Tags: CitizenshipLalit ModiVanuatu

      Related Posts

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ
      Top News

      July 8, 2025
      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ
      Top News

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      July 8, 2025
      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?
      Top News

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      July 8, 2025
      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ
      Top News

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      July 8, 2025
      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…
      Top News

      চিকাগোৰ অসম কনভেনচনত মোহময়ী অভিনেত্ৰী আইমী বৰুৱা…

      July 8, 2025

      শীৰ্ষ সংবাদ

      তামিলনাডু ৰে’ল দুৰ্ঘটনাৰ বাবে ভাষাক দোষাৰোপ DMKৰ এগৰাকী নেতাৰ

      অমিত শ্বাহক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ এটি সঁজাতি দলৰ

      ৰাজধানীত পুৰণি গাড়ী সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত; এই তাৰিখৰ পৰা নাপাব পেট্ৰ’ল-ডিজেল

      কাইলৈ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব নেকি ধৰ্মঘট? অফিচ, স্কুল-কলেজ, বেংক… কি কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

      ভাৰতৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা ইংলেণ্ডৰ

      উচ্ছেদৰ সময়ত উত্তেজনাময় পৰিৱেশ; আৰক্ষীক আক্ৰমণ বেদখলকাৰীৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -