• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, May 19, 2026
28 °c
Guwahati
30 ° Wed
29 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জনসংখ্যা মাত্ৰ ৩ লাখ, ১.৩ কোটি টকাত নাগৰিকত্ব ল’লে দেশ এৰি পলায়ন কৰা ললিত মোদীয়ে

Nation NE by Nation NE
March 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
জনসংখ্যা মাত্ৰ ৩ লাখ, ১.৩ কোটি টকাত নাগৰিকত্ব ল’লে দেশ এৰি পলায়ন কৰা ললিত মোদীয়ে
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় বেংকৰ পৰা হাজাৰ-হাজাৰ কোটি টকাৰ ঋণ লৈ দেশ এৰি পলায়ন কৰা বি চি চি আইৰ প্ৰাক্তন অধ্যক্ষ তথা আই পি এলৰ প্ৰতিষ্ঠাপক ললিত মোদীয়ে ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে। তেওঁৰ আইনী উপদেষ্টা মেহবুব আবদীয়ে এই খবৰ নিশ্চিত কৰিছে।

ললিত মোদীয়ে ভাৰতৰ পৰা পলায়ন কৰি ২০১০ চনত লণ্ডনলৈ গৈছিল। ভাৰতত ললিত মোদীৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এতিয়া ললিত মোদীয়ে ভানুআটুৰ নাগৰিকত্ব লোৱাৰ পিছত তেওঁক ভাৰতলৈ ঘূৰাই অনাটো কঠিন হ’ব।

ললিত মোদীৰ আইনী উপদেষ্টা মেহবুব আবদীয়ে কয় যে ভানুআটুৰ নাগৰিকত্ব লাভ কৰাৰ পিছত ললিত মোদীয়ে এতিয়া ভাৰতীয় পাছপ’ৰ্ট জমা দিয়াৰ প্ৰক্ৰিয়াত আছে। ভাৰতীয় পাছপ’ৰ্ট জমা দিয়াৰ নিৰ্ধাৰিত পদ্ধতি অনুসৰি ললিত মোদীয়ে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, ‘ললিত মোদীয়ে লণ্ডনত থকা ভাৰতীয় উচ্চায়ুক্তত পাছপ’ৰ্ট জমা দিবলৈ আবেদন কৰিছে। বৰ্তমানৰ নিয়ম আৰু পদ্ধতি অনুসৰি পৰীক্ষা কৰা হ’ব। লগতে আমাক জনোৱা হৈছে যে তেওঁ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে। আমি তেওঁৰ বিৰুদ্ধে আইন অনুসৰি গোচৰ চলাই আছো।’

ভানুআটু, কেনেদৰে লাভ কৰে নাগৰিকত্ব

ভানুআটু দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপ দেশ। প্ৰতিবেদন অনুসৰি এই দেশৰ জনসংখ্যা মাত্ৰ ৩ লাখ। ইয়াত বিনিয়োগ কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব লাভ কৰা হয়। কেপিটেল ইনভেষ্টমেণ্ট ইমিগ্ৰেচন প্লেন অনুসৰি ১৫৫,০০০ (১.৩ কোটি টকা) মাৰ্কিন ডলাৰ বিনিয়োগ কৰিলেই ভানুআটুৰ নাগৰিকত্ব লাভ কৰিব পাৰি।

১৯৮০ চনলৈকে ভানুআটু ফ্ৰান্স আৰু ব্ৰিটেইনৰ দখলত আছিল

১৯৮০ চনলৈকে ই ফ্ৰান্স আৰু ব্ৰিটেইনৰ দখলত আছিল। কিন্তু এতিয়া স্বাধীন জাতি।

Tags: CitizenshipLalit ModiVanuatu

Related Posts

ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?
Top News

ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?

May 19, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

May 19, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 19, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 19, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 19, 2026
বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড
Top News

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

May 18, 2026

শীৰ্ষ সংবাদ

ভাৰতীয় নাগৰিকত্বৰ নিয়ম কটকটীয়া, সমৰ্পণ কৰিব লাগিব নেকি পাকিস্তান-বাংলাদেশৰ পাছপ’ৰ্ট?

ট্ৰাম্পৰ স্থিতিৰ ডাঙৰ পৰিৱৰ্তন! ইৰাণৰ পৰা জব্দ কৰা ধনৰ ২৫% মুকলি কৰিবলৈ সাজু নেকি আমেৰিকা?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বৰাকাহ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য! UAEত বৃহৎ ড্ৰ’ন আক্ৰমণৰ পিছতে ভয়ংকৰ অ*গ্নি*কা*ণ্ড

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025