• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

Nation NE by Nation NE
December 8, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…
Share on FacebookShare on TwitterWhatsApp

ইণ্ডিগ’ৰ বিমান সন্দৰ্ভত সংকট বৰ্তমানেও অব্যাহত আছে। ইয়াৰ বাবে হাজাৰ হাজাৰ যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে। আনহাতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগ’ক কাৰণ দেখুৱাইছে।

ইফালে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই যাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পৰামৰ্শ জাৰি কৰিছে। কৰ্তৃপক্ষই উল্লেখ কৰিছে যে দিল্লীৰ পৰা অধিকাংশ বিমানে এতিয়া সময়মতে ৰাওনা হৈছে। কিন্তু মন কৰিবলগীয়া যে ৮ ডিচেম্বৰত দিল্লীৰ পৰা ২০০ৰো অধিক বিমান বাতিল কৰা হয়।

দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, দিল্লী বিমানবন্দৰৰ কাম-কাজ বৰ্তমান সুচাৰুৰূপে চলি আছে। অৱশ্যে কিছুমান বিমান বাতিল বা পুনৰ নিৰ্ধাৰণ হ’ব পাৰে। দিল্লী বিমানবন্দৰৰ স্থল দলে যাত্ৰীৰ সুবিধাৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰি আছে।

৮ ডিচেম্বৰত দিল্লী বিমানবন্দৰৰ পৰা ২৩৪ খন বিমান বাতিল হোৱাৰ বিপৰীতে মুম্বাইৰ পৰা ৯ খন বিমান বাতিল কৰা হয়। মুম্বাইৰ পৰা চণ্ডীগড়, নাগপুৰ, বেংগালুৰু, হায়দৰাবাদ, গোৱা, আৰু দৰভংগালৈ বিমান সেৱা বাতিল কৰা হয়। দিল্লীৰ পৰা বাৰাণসী, ইন্দোৰ, হায়দৰাবাদ, বিজয়াৱাদা, আৰু জম্মুলৈ বিমান সেৱাও বাতিল কৰা হয়।

৭ ডিচেম্বৰত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) ইণ্ডিগ’ৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পিটাৰ এলবাৰ্ছ আৰু জবাবদিহিতা পৰিচালক ইছড্ৰ’ পৰ্কেৰাছক বিমানত ব্যাঘাত জন্মাৰ বাবে জাৰি কৰা কাৰণ দেখুৱাই দিয়া জাননীৰ উত্তৰ দিবলৈ অতিৰিক্ত সময় প্ৰদান কৰে। এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, তেওঁলোকক উত্তৰ দাখিল কৰিবলৈ অতিৰিক্ত ২৪ ঘণ্টাৰ সময় দিয়া হৈছে। ইণ্ডিগ’ৰ বিমান সেৱাত বিগত ৬ দিন ধৰি ব্যাপক ব্যাঘাতৰ সন্মুখীন হোৱাত হাজাৰ হাজাৰ যাত্রীৰ অসুবিধাৰ সন্মুখীন হৈছে৷ এই পটভূমিত নিয়ন্ত্ৰকে কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰে।

Tags: cancelFlightIndiGo

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

December 8, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

শীৰ্ষ সংবাদ

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025