• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তীব্ৰ বেগী ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু; তদন্ত ঘোষণা ৰে’ল বিভাগৰ

Nation NE by Nation NE
July 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তীব্ৰ বেগী ৰে’লৰ খুন্দাত তিনিটা হাতীৰ কৰুণ মৃত্যু; তদন্ত ঘোষণা ৰে’ল বিভাগৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। শুকুৰবাৰে পুৱা ৰাজ্যখনৰ ঝাৰগ্ৰামত এখন চলন্ত ৰে’লৰ খুন্দাত তিনিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছে। খৰগপুৰ-টাটানগৰ পথত চলি থকা এখন ৰে’লে সাতজনীয়া হাতীৰ এটা জাকে ৰে’ল পথ পাৰ হোৱাৰ সময়তে খুন্দা মাৰে।

এই দুৰ্ঘটনাত দুটা হাতী পোৱালী আৰু এটা প্ৰাপ্তবয়স্ক হাতীৰ থিতাতে মৃত্যু হয়।

এই দুৰ্ঘটনা সন্দৰ্ভত নিশান্ত কুমাৰ নামৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, ‘12022 বৰবীল-হাওৰা অভিমুখী জনশতাব্দী এক্সপ্ৰেছৰ খুন্দাত তিনিটা হাতীৰ মৃত্যু হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে। ঘটনা সন্দৰ্ভত খৰগপুৰ ডিভিজনেল ৰে’লৱে মেনেজাৰে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে। তদন্তৰ তথ্য প্ৰকাশ পোৱাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব।’

উল্লেখ্য যে, অসমৰ লগতে পশ্চিম বংগ আৰু ওড়িশাত ক্ৰমাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। বনাঞ্চল সংকুচিত হৈ অহাৰ বাবে বনৰীয়া হাতীসমূহে লোকালয়লৈ প্ৰৱেশ কৰিবলৈ ধৰাৰ বাবেই এইধৰণৰ কৰুণ ঘটনা সংঘটিত হৈ অহা বুলিও ক্ষেদ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমীসকলে।

অৱশ্যে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ এইকেইখন ৰাজ্যৰ চৰকাৰে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও ফলপ্ৰসু নোহোৱাত চিন্তিতও হৈ পৰিছে সচেতন মহল।

Tags: Elephants DeathRailWest Bengal

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025