• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৪৭ বছৰীয়া ক্ৰিকেট ইতিহাসত নোহোৱা-নোপোজা ঘটনা! সদায় মনত ৰাখিব এই মেচখন

Nation NE by Nation NE
October 12, 2024
in Top News, ক্ৰীড়া
0 0
১৪৭ বছৰীয়া ক্ৰিকেট ইতিহাসত নোহোৱা-নোপোজা ঘটনা! সদায় মনত ৰাখিব এই মেচখন
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেট যে অনিশ্চয়তাৰ খেল সেয়া পুনৰ এবাৰ প্ৰমাণিত হ’ল। ক্ৰিকেট খেলৰ স্ৰষ্টা ইংলেণ্ডে প্ৰায় অসম্ভৱক সম্ভৱ কৰি তুলিলে। মুলতান টেষ্টত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ইংলেণ্ড দলে পাকিস্তানৰ বিৰুদ্ধে এক ইনিংছ আৰু ৪৭ ৰানৰ এক ঐতিহাসিক বিজয় সাব্যস্ত কৰে।

মেচখনৰ নায়ক আছিল যুৱ মিডল অৰ্ডাৰ তাৰকা হেৰী ব্ৰুক। যিয়ে পঞ্চম স্থানত বেটিং কৰিবলৈ আহি ৩২২ বলত ৩১৭ ৰানৰ এক চমৎকাৰী ত্ৰিশতকীয় ইনিংছ খেলে। কেৱল এয়াই নহয়, তেওঁ ৰুটৰ সৈতেও এক গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। যাৰ বাবে দলটোৱে প্ৰথম ইনিংছত ৮০০ ৰানৰ বিশাল স্ক’ৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়।

মেচখনত আগবঢ়োৱা গুৰুত্বপূৰ্ণ প্ৰদৰ্শনৰ বাবে তেওঁক ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটাৰে সন্মানিত কৰা হয়।

এই মেচখনত কেইবাটাও বৃহৎ অভিলেখ গঢ় লৈ উঠিছিল। যাৰ বাবে এই টেষ্ট মেচখন বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে সদায় মনত ৰাখিব। সেই অভিলেখসমূহ তলত দিয়া ধৰণৰ–

ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাুন সংগ্ৰহকাৰী হিচাপে পৰিগণিত জ’ ৰুট

মুলতানত চমকপ্ৰদ বেটিং কৰি জ’ ৰুটে ২৬২ ৰানৰ দ্বিশতকীয় ইনিংছ খেলিছিল। এই সময়ছোৱাত তেওঁ কিছুমান বিশেষ সাফল্যও লাভ কৰিছিল। এই কৃতিত্বসমূহৰ ভিতৰত এটা বিশেষ কৃতিত্ব হ’ল তেওঁ ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়। এই ক্ষেত্ৰত তেওঁ নিজৰ প্ৰাক্তন সতীৰ্থ ক্ৰিকেটাৰ এলেষ্টাৰ কুক (১২৪৭২)ক অতিক্ৰম কৰিছে। টেষ্ট ক্ৰিকেটত এতিয়া ৰুটৰ নামত আছে ১২৬৬৪ ৰান।

ইংলেণ্ডৰ বাবে ৰুট আৰু ব্ৰুক হৈ পৰিল সৰ্বাধিক পাৰ্টনাৰশ্বিপৰ যুটি

মুলতান টেষ্টৰ পূৰ্বে ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেট মেচত সৰ্বাধিক ৰানৰ পাৰ্টানাৰশ্বিপৰ অভিলেখ আছিল পিটাৰ মে আৰু কলিন কাউড্ৰিৰ নামত। এই দুজন বেটছমেনে ১৯৫৭ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৪১১ ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল। কিন্তু এই বিশেষ অভিলেখ এতিয়া ৰুট আৰু ব্ৰুকৰ নামত পঞ্জীয়ন হৈছে। এই দুয়োগৰাকী বেটছমেনে পাকিস্তানৰ বিৰুদ্ধে আজি অন্ত পৰা মেচখনত ৪৫৪ ৰানৰ পাৰ্টনাৰশ্বিপ হৈছিল।

৫০০ ৰান সংগ্ৰহ কৰিও পৰাস্ত হয় পাকিস্তান

মুলতান টেষ্টত টছত জয়লাভ কৰাৰ পিছত প্ৰথমে বেটিং কৰি পাকিস্তান দলটোৱে ৫৫৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। কিন্তু ইমান বিশাল স্ক’ৰ কৰাৰ পিছতো দলটো পৰাস্ত হয়। টেষ্ট ক্ৰিকেটৰ ১৪৭ বছৰীয়া ইতিহাসত দ্বিতীয়বাৰৰ বাবে কোনো দলে ৫০০ ৰান সংগ্ৰহ কৰিও খেলখনত পৰাস্ত হৈছে। ইয়াৰ পূৰ্বে ২০০৩ চনত অষ্ট্ৰেলিয়া দলে ভাৰতৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৫০০ ৰান সংগ্ৰহ কৰাৰ পিছতো পৰাস্ত হৈছিল।

টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক দ্ৰুততম ত্ৰিশতক অৰ্জন ব্ৰুকৰ

মেচখনৰ সময়ত হেৰী ব্ৰুকেও ব্যক্তিগতভাৱে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছিল। খেলখনৰ সময়ত তেওঁ ৩১০টা বলত ত্ৰিশতক অৰ্জন কৰে, যিটো টেষ্ট ক্ৰিকেটৰ দ্বিতীয় সৰ্বাধিক দ্ৰুততম ত্ৰিশতক। এই ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰতৰ বীৰেন্দ্ৰ ছেহৱাগৰ নাম। যিয়ে ২০০৮ চনত মাত্ৰ ২৭৮টা বলত ত্ৰিশতক সম্পূৰ্ণ কৰিছিল।

পাকিস্তানৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত ৮০০ ৰান সংগ্ৰহ কৰা প্ৰথমটো দল ইংলেণ্ড

ইংলেণ্ডে মুলতানত বিস্ফোৰক বেটিং কৰি প্ৰথম ইনিংছত ৭ উইকেটৰ বিনিময়ত ৮২৩ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। ইয়াৰ লগে লগে টেষ্ট ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে এটা ইনিংছত ৮০০ ৰান সংগ্ৰহ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় ইংলেণ্ড। ইয়াৰ পূৰ্বে ১৯৫৮ চনত ৱেষ্ট ইণ্ডিজে তিনিটা উইকেটত ৭৯০ ৰান সংগ্ৰহ কৰিছিল।

Tags: Harry BrookJoe RootPakistan vs EnglandTest CricketWorld Record

Related Posts

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025

শীৰ্ষ সংবাদ

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025